ETV Bharat / state

পথৰুঘাটত বিকল বিশুদ্ধ খোৱাপানী আঁচনি - খোৱাপানী আঁচনি

১৯৮৬ চনতে প্ৰতিষ্ঠা কৰা পানী যোগান আঁচনিৰ কদৰ্য ৰূপৰ ফলত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পথৰুঘাটবাসীয়ে ৷

পথৰুঘাটত বিকল বিশুদ্ধ খোৱাপানী আঁচনি
author img

By

Published : Jun 14, 2019, 7:51 AM IST

ছিপাঝাৰ, 13 জুনঃ স্বাধীনতাৰ ৭২ বছৰ পিছতো এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ছিপাঝাৰৰ পথৰুঘাটবাসীয়ে ৷ মেৰামতিৰ অভাৱত জহি খহি গৈ বিকল হৈ পৰিছে কাৰ্যালয়টো ৷ বছৰ বছৰ ধৰি এনেদৰে এলাগী হৈ আছে পানী যোগান আচঁনিটো ৷ ১৯৮৬ চনতে প্ৰতিষ্ঠা কৰা পানী যোগান আঁচনিটোৰ কদৰ্যৰূপৰ ফলত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পথৰুঘাটবাসীয়ে ৷

পথৰুঘাটত বিকল বিশুদ্ধ খোৱাপানী আঁচনি

চাফ-চিকুণতাৰ অভাৱত বন-বিৰিখ, শেলুৱৈৰে ভৰি পৰিছে পানী যোগান আচঁনিটো ৷ আনহাতে বাৰে বাৰে বিভাগীয় বিষয়াক এই বিষয়ে জনায় অহাৰ পিচতো গা-লৰা নাই বিভাগীয় কতৃপক্ষৰ ৷ আঁচনিটো বিকল হোৱাৰ বাবে এতিয়া বৃহত্তৰ পথৰুঘাটৰ অঞ্চলৰ প্ৰায় ৭ টাকৈ চুবুৰীৰ লোকসকল বঞ্চিত হৈছে বিশুদ্ধ খোৱাপানী পোৱাৰ পৰা ৷

Intro: ছিপাঝাৰ ত বিকল বিশুদ্ধ খোৱাপানী আঁচনি ৷

Anchor --- ছিপাঝাৰ পথৰুঘাটত বিকল বিশুদ্ধ খোৱাপানী যোগান আঁচনি ৷

মেৰামতিৰ অভাৱত জহি খহি গৈছে সা - সৰঞ্জাম ৷

দীৰ্ঘদিনৰ পৰা বিশুদ্ধ খোৱাপানীৰ নামত বৰবিহ খুৱাই আহিছিল ৰাইজক ৷

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ পথৰুঘাটবাসী ৷

V/O ----- স্বাধীনতাৰ ৭২ বছৰ পিছতো এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এইখন অসম মুলুকত ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মংগলদৈ সংমণ্ডলৰ অধিনস্থ এইটো হৈছে পথৰুঘাট পানীযোগান আঁচনি ৷ কদৰ্য পৰিবেশ এই পানী যোগান আঁচনিৰ ভিতৰ ভাগ ৷ এতিয়া বিকল হৈ পৰি আছে এইদৰে ৷ ইখনৰ পিছত সিখন চৰকাৰ আহে ৷ কিন্তু মেৰামতি নহয় ১৯৮৬ চনতে প্ৰতিস্থা কৰা পথৰুঘাটৰ এই পানী যোগান আঁচনিটো ৷ দীৰ্ঘদিনৰ পৰা মেৰামতি নকৰাৰ ফলত জহি খহি গৈছে সা-সৰঞ্জাম সমুহ ৷ বছৰ বছৰ ধৰি পানীৰ টেংকি চাফ চিকুন নকৰাকৈয়ে একাংশ লোকক পানী যোগান ধৰি খুৱাই আহিছিল বিশুদ্ধ খোৱাপানীৰ নামত বৰবিহ ৷ বাৰে বাৰে বিভাগীয় বিষয়াক জনায় অহাৰ পিছতো গা- নলৰে বিষয়াৰ ৷ আঁচনিটো বিকল হোৱাৰ বাবে এতিয়া পথৰুঘাটৰ বৃহত্তৰ অঞ্চলৰ প্ৰায় ৭ টাকৈ চুবুৰীৰ লোকসকল বঞ্চিত হৈছে বিশুদ্ধ খোৱাপানী পোৱাৰ পৰা ৷ ইয়াকে লৈ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পথৰুঘাটবাসীয়ে ৷

Byte ---- স্থানীয় লোক ৷
Body:ছিপাঝাৰ

Slug -- ছিপাঝাৰ ত বিকল বিশুদ্ধ খোৱাপানী আঁচনি ৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.