ETV Bharat / state

কংগ্ৰেছ দল হৈছে ৰাতি মানুহৰ দুৱাৰ হেচা দলঃ দিলীপ শইকীয়া

author img

By

Published : Apr 8, 2019, 12:06 PM IST

মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ এই মন্তব্য ৷ দৰঙৰ কেইবাখনো নিৰ্বাচনী সভাত দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী ডঃ মহেন্দ্ৰ সিঙে ৷

কংগ্ৰেছ দল হৈছে ৰাতি মানুহৰ দুৱাৰ হেচা দল : দিলীপ শইকীয়া

মঙলদৈ, 8 এপ্ৰিলঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দৰঙত নিৰ্বাচনী বতাহ তুংগত উঠিছে ৷ বিভিন্ন ৰাজনৈতিক দল সমূহে অভিযোগ, প্ৰতি অভিযোগৰে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৷ তেনে সময়তে মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ দৰঙৰ কেইবাখনো নিৰ্বাচনী সভাত প্ৰচাৰ চলালে উওৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী ডঃ মহেন্দ্ৰ সিঙে ৷

কংগ্ৰেছ দল হৈছে ৰাতি মানুহৰ দুৱাৰ হেচা দল : দিলীপ শইকীয়া

দীঘিৰপাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ নিৰ্বাচনৰ তত্ত্বাৱধায়ক ডঃ মহেন্দ্ৰ সিঙে মোদী চৰকাৰৰ উন্নয়নমূলক কাম-কাজ তথা আঁচনি সমূহৰ জৰীয়তে কি দৰে ৰাইজ লাভৱান হৈছে তাক বৰ্ণনা কৰি কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰে ৷ লগতে এই জনসভাতে মহেন্দ্ৰ সিঙে নিৰ্বাচনৰ পূৰ্বে দিলীপ শইকীয়াক বিজয় মালা পিন্ধায় ৷ আনহাতে দিলীপ শইকীয়াই ভুৱনেশ্বৰ কলিতাই 33 বছৰ ধৰি ৰাজনীতি কৰাৰ পাচতো একো উল্লেখনীয় কাম কৰা নাই বুলি অভিযোগ কৰে ৷ তদুপৰি ভুৱনেশ্বৰ কলিতাই এতিয়া অৱসৰ লৈ নতুন প্ৰাৰ্থীক উষ্ম আদৰণি জনাব লাগে বুলি কলিতাক কটাক্ষ কৰে দিলীপ শইকীয়াই ৷ লগতে এইবাৰ অসমৰ 4 টা লোকসভা সমষ্টিত বিজেপি দল প্ৰথম স্থানত থাকিব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে শইকীয়াই ৷ উল্লেখ্য যে প্ৰতিকূল বতৰকো নেওচি প্ৰায় দুই সহস্ৰাধিক লোক উপস্থিত থকা এই সভাখনত ছিপাঝাৰ আৰু মঙলদৈ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া আৰু গুৰুজ্যোতি দাস উপস্থিত থাকে ৷

A_DARRANG_8APL_801_BJP_MAHENDRA SHING【ftp】

Anchor ---  ভোট গ্ৰহনৰ পুৰ্বে বিজয় মালা পিন্ধালে দিলীপ শইকীয়াক ৷

কোনে পিন্ধালে এই বিজয় মালা ৷

ভুৱনেশ্বৰ কলিতা এতিয়া  অৱসৰ গ্ৰহন কৰিব লাগে ৷ 

৩৩ বছৰ ৰাজনীতি কৰা ভুৱনেশ্বৰ কলিতাই একো উল্লেখনীয় কাম কৰা নাই ৷

কংগ্ৰেছ দল হৈছে ৰাতি মানুহৰ দুৱাৰ হেচা দল ৷

ৰাতি দুৱাৰ হেচা দলৰ পৰা সাৱধান হবলৈ আহব্বান দিলীপ শইকীয়াৰ ৷

V/O ---- নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী বতাহ তুংগত উঠিছে দৰঙত ৷ অভিযোগ প্ৰতিঅভিযোগ , সস্তীয়া ৰাজনীতিৰে চলিছে নিৰ্বাচনী  প্ৰচাৰ ৷ মংগলদৈ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি  দৰঙৰ কেইবাখনো নিৰ্বাচনী সভাত ভাষন ৰাখিলে বিজেপিৰ অসমৰ লোকসভা নিৰ্বাচনৰ তত্ত্বাৱধায়ক তথা উওৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী ড° মহেন্দ্ৰ সিংয়ে  ৷  দীঘিৰপাৰত অনুস্থিত নিৰ্বাচনী সভাত অংশ লৈ ড° মহেন্দ্ৰ সিংয়ে মোদী চৰকাৰৰ উন্নয়ন মুলক কাম-কাজ তথা আঁচনি সমুহৰ জড়িয়তে কি দৰে ৰাইজ লাভবান হৈছে তাক বৰ্ননা কৰি কংগ্ৰেছ দলক কঠোৰ সমালোছনা কৰে ৷ লগতে মহেন্দ্ৰ সিংয়ে দিলীপ শইকীয়াক এই জনসভাতে নিৰ্বাচনৰ পুৰ্বে ৰাইজৰ জনসমৰ্থন দেখি বিজয় মালা পিন্ধায় ৷  আনহাতে দিলীপ শইকীয়াই  ভুৱনেশ্বৰ কলিতাই ৩৩ বছৰ ৰাজনীতি কৰাৰ পিছতো একো উল্লেখনীয় কাম কৰা নাই বুলি অভিযোগ কৰে ৷ ভুৱনেশ্বৰ কলিতা এতিয়া অৱসৰ লৱ লাগে আৰু নতুন প্ৰাৰ্থীক উষ্ম আদৰণি জনাব লাগে ৷ কংগ্ৰেছ দল হৈছে ৰাতি মানুহৰ ঘৰত গৈ দুৱাৰ হেচা দল ৷ সেয়ে এই দুৱাৰ হেচা দলৰ পৰা ৰাইজক সাৱধান হবলৈও আহব্বান জনালে দিলীপ শইকীয়াই ৷ এইবাৰ অসমৰ ১৪ টা লোকসভা সমষ্টিত বিজেপি দল  প্ৰথম স্থানত থাকিব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে দিলীপ শইকীয়াই ৷ প্ৰতিকুল বতৰকো নেওচি প্ৰায় দুই সহস্ৰাধিক লোক উপস্থিত থকা সভাখনিত ছিপাঝাৰ আৰু মংগলদৈ সমষ্টিৰ বিধায়ক দ্বয় বিনন্দ কুমাৰ শইকীয়া আৰু গুৰুজ্যোতি দাস উপস্থিত থাকে ৷

Debabrat goswami Darrang
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.