ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 6, 2022, 7:04 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Etv Bharat7 বজাৰ শীৰ্ষ 10 টা বাতৰি
Etv Bharat7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Jihadi arrested by Barpeta police: আত্মসমৰ্পণকাৰী জেহাদী আবু বক্কৰ ছিদ্দিকক গ্ৰেপ্তাৰ

৩ আগষ্টত আত্মসমৰ্পণ কৰা জেহাদী আবু বক্কৰ ছিদ্দিকক গ্ৰেপ্তাৰ কৰা হৈছে (Jihadi arrested by Barpeta police)৷ QIS ৰ সহযোগী আনচাৰুল্লাহ বাংলা টীমৰ সৈতৈ প্ৰত্যক্ষ যোগাযোগ আছিল আবু বক্কৰ ছিদ্দিকৰ ৷ সাধাৰণ খেতিয়কৰ বেশত বৰপেটা জিলাৰ ভিন্ন স্থানত জেহাদীৰ কাৰ্যকলাপ চলাই গৈছিল আবু বক্কৰ ছিদ্দিকে ৷

Bhattadev university Registrar Arrested: উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত বিশ্ববিদ্যালয়ক পঞ্জীয়ক

এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ৷ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰ (Bhattadev University Registrar Arrested)৷

Badruddin Ajmal in Moran: জেহাদী সন্দৰ্ভ মৌন বদৰুদ্দিন আজমল

ডিব্ৰুগড়ৰ দাৰুল উলুম চাউলখোৱাত উপস্থিত এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমল(Badruddin Ajmal visits Darul Uloom Chaulkhowa) । মৰাণৰ ঔফুলীয়ালৈ যাত্ৰাপথত দাৰুল উলুম চাউলখোৱাত উপস্থিত হৈ নামাজত অংশগ্ৰহণ কৰে(Badruddin Ajmal in Dibrugarh) । মাদ্ৰাছাত আহাৰ গ্ৰহণ কৰি জিৰণি লোৱাৰ অন্ততঃ যাত্ৰা কৰে ঔফুলীয়ালৈ ।

Crime Against Women: অসমত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা

বিগত 6 বছৰত ৭১,০৬১ টা মহিলা নিৰ্যাতনৰ ঘটনাৰে অভিলেখ গঢ়িছে অসমে (Crime Against Women in Assam)৷ শেহতীয়াকৈ ৰাজ্যৰ আৰক্ষী বিভাগে সদৰী কৰা এক তথ্য অনুসৰি উদ্বেগজনক খবৰ পোহৰলৈ আহিছে (Crime cases increase in Assam)৷

Extra Marital Affair: পত্নী-কন্যাৰ কটা মূৰ হাতত লৈ শহুৰেকৰ ঘৰত উপস্থিত হত্যাকাৰী

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ৷ নিজ পত্নী আৰু কন্যাক শিৰচ্ছেদ কৰি হাতত কটা মূৰ লৈ শহুৰেকৰ ঘৰত উপস্থিত হ’ল হত্যাকাৰী স্বামী(Husband killed wife and daughter)৷

Killer arrested in Guwahati: পত্নীক ডিঙি চেপি হত্যা কৰি আৰক্ষীৰ জালত আলটাফ

বামুনীমৈদাম হত্যাকাণ্ডৰ নতুন মোৰ ৷ আৰক্ষীৰ জালত পৰিল পত্নীক ডিঙি চেপি হত্যা কৰা আলটাফ আলী (Husband killed wife)৷ যোৱা ৩ আগষ্টত বামুণীমৈদামৰ ভাস্কৰ নগৰৰ নলাত বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল মফিদা বেগম নামৰ এগৰাকী মহিলাৰ মৃতদেহ (Body rescued in Guwahati)৷

Har Ghar Tiranga : দৰিদ্ৰ লোকৰ মাজত ত্ৰিৰংগা বিতৰণ শিক্ষাৰ্থীৰ

হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে মাজুলীৰ বনগাঁৱৰ শংকৰদেৱ শিশু নিকেতনৰ ব্যতিক্ৰমী পদক্ষেপ । দৰিদ্ৰ লোকৰ মাজত ১০০০ ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰিব বিদ্যালয়খনে (Student distributes tiranga among poor)। শনিবাৰে এই কাৰ্যসূচী শুভাৰম্ভ ।

Policeman arrested in Sonai: 25 নং অসম বেটেলিয়ানৰ জোৱানৰ হাতত লাগিল হেণ্ডকাফ

কোন দিশে ৰাজ্যৰ শাসন ব্যৱস্থা ? প্ৰকৃতাৰ্থত কি হৈ আছে অসমত ! জনগণৰ স্বাৰ্থত নিয়োজিত হৈ থকা আৰক্ষীক, আৰক্ষীয়েই আটক কৰিব লগা পৰিস্থিতি আহি পৰিছে ৷ এইবাৰ সোণাৰি আৰক্ষীয়ে আটক কৰিছে এগৰাকী আৰক্ষীক (Sonari police arrested Police)৷ কিন্তু কিয় ?

CPIM appeals in Tripura : বিজেপিক উৎখাত কৰিবলৈ ৰাজনৈতিক দলসমূহক একতৃত হোৱাৰ আহ্বান চিপিআইএমৰ

চিপিআইএমৰ ৰাজ্যিক সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে মুখ্যমন্ত্ৰীক 'নতুন বটলত পুৰণি সুৰা' বুলি অভিহিত কৰে (Tripura Chief Minister termed as old wine in new bottle) । তেওঁ লগতে অভিযোগ কৰে যে ত্ৰিপুৰাত আইন-শৃংখলা (Law and Order situation in Tripura) আৰু গণতন্ত্ৰৰ দৰে একো বস্তু নাই (CPIM alleged no democracy in Tripura) ।

Martyrs of Quit India Movement : ৯ আগষ্টত শিৱসাগৰত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থন সমাৰোহ

ভাৰত ত্যাগ আন্দোলনৰ (Quit India Movement) শ্বহীদসকলক স্মৰণ কৰিবলৈ মুক্তিযুঁজাৰু সন্মিলনে আয়োজন কৰিব ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থন সমাৰোহ । অহা ৯ আগষ্টত অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আয়োজন কৰা হ'ব এই সমাৰোহৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.