ETV Bharat / state

দলগাঁৱৰ পৰা আটক তীৰ খেলৰ বুকী - ছফিকুল ইছলাম গ্ৰেপ্তাৰ খাৰুপেটিয়া আৰক্ষী

অবৈধ তীৰ খেলৰ ঘাটিত পৰিণত হৈছে দৰং জিলাৰ দলগাঁও অঞ্চল ৷ দেওবাৰে আৰক্ষীয়ে লাভ কৰা অভিযোগৰ ভিত্তিত অভিযান চলাই ছফিকুল ইছলাম নামৰ এজন বুকীক আটক কৰে ৷

দলগাঁৱৰ পৰা আটক তীৰ খেলৰ বুকী ছফিকুল ইছলাম

author img

By

Published : Dec 1, 2019, 3:18 PM IST

দলগাঁও, ১ ডিচেম্বৰঃ অবৈধ তীৰ খেলৰ ঘাটিত পৰিণত হৈছে দৰং জিলাৰ বৃহত্তৰ দলগাঁও অঞ্চল ৷ অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি আহিছে তীৰ খেলৰ লগতে অন্যান্য় জুৱাৰ অনৈতিক আদ্দা ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে লাভ কৰা অভিযোগৰ ভিত্তিত অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে ৷

দলগাঁৱৰ পৰা আটক তীৰ খেলৰ বুকী ছফিকুল ইছলাম

তেনে এক অভিযোগৰ ভিত্তিতে শনিবাৰে নিশাৰ ভাগত আৰক্ষীয়ে অভিযান চলায় ৷ খাৰুপেটিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰাজ মোহন ডেকাৰ নেতৃত্বত এটি দলে অভিযান চলাই এজন বুকীক আটক কৰিবলৈ সক্ষম হৈছে ৷ বিশেষ তথ্যৰ ভিত্তিত চলোৱা অভিযানত ছফিকুল ইছলাম নামৰ এজন তীৰ খেলৰ বুকীক গ্ৰেপ্তাৰ কৰাৰ লগতে বহুটো টকাসহ আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ আটকাধীন ছফিকুল ইছলামক এক গোচৰ ৰুজু কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ লণ্ডন বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আইছিছৰ

Intro:Slug = Terr_Boki_Arrested_

## অবৈধ তিৰ খেলৰ বিৰুদ্ধে খাৰুপেটীয়া আৰক্ষীৰ অভিযান ।

## -অভিযানত আটক তীৰৰ মালিক ছফিকুল ইছলামক ।

Body:

দলগাঁও / ১ ডিচেম্বৰ

শনিবাৰ সন্ধিয়া এক গোপন খবৰৰ ভিত্তিত দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাৰ নেত্বত এটা আৰক্ষীৰ দলে খাৰুপেটীয়াৰ ছিণ্ডিগেটৰ পৰা ছফিকুল ইছলাম নামৰ এজন অবৈধ তীৰৰ মালিকক কৰায়ত্ত কৰে । ধৃত ছফিকুল ইছলামৰ পৰা কিছু নগদ ধন আৰু বৃহৎ পৰিমাণৰ খেলৰ অন্যান্য বস্তু উদ্ধাৰ কৰে।

Conclusion: ইতিমধ্যে ইছলামক বিৰুদ্ধে খাৰুপেটীয়া আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰন কৰে৷।

আব্দুল হাকিম
দলগাঁও ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.