ETV Bharat / state

ছিপাঝাৰত পথ দুৰ্ঘটনা,নিহত দুই আৰক্ষী জোৱানসহ এজন - two died in an accident in Sipajhar

ছিপাঝাৰৰ বছাচুবাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত নিহত দুই আৰক্ষী জোৱানসহ আন এজন লোক ৷ মঙলবাৰে নিশা ঘন কুৱলীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷

নিহত তিনিজন লোক
ছিপাঝাৰত পথ দুৰ্ঘটনা
author img

By

Published : Dec 25, 2019, 9:56 AM IST

দৰং,25 ডিচেম্বৰ: ছিপাঝাৰৰ কলেজ চক আৰু লাউজান সংযোগী পথৰ বছাচুবাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৱাগন আৰ বাহন এখন নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰাত মৃত্যু হয় তিনিজন আৰক্ষী জোৱানৰ ৷ এই ঘটনা সংঘটিত হয় মঙলবাৰে পুৱতি নিশা ৷ দুৰ্ঘটনাৰ ফলত লেন্স নায়ক চন্দ্ৰকান্ত দাস আৰু কনিষ্টবল প্ৰাণজিত শইকীয়া আৰু স্থানীয় যুৱক মিন্টু নাথৰ মৃত্যু হয় ৷

ছিপাঝাৰত পথ দুৰ্ঘটনা

নিহত ছিপাঝাৰ থানাৰ আৰক্ষীৰ লেন্স নায়ক চন্দ্ৰকান্ত দাসৰ ঘৰ সৰুপঠাত,কনিষ্টবল প্ৰাণজিত শইকীয়াৰ ঘৰ গহপুৰৰ বৰাচুক গাওঁত,আৰু স্থানীয় যুৱক মিন্টু নাথৰ ঘৰ ছিপাঝাৰৰ গোপালপুৰত। উল্লেখ্য যে,পথ নিৰ্দেশনা নথকাৰ বাবে এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

আৰু পঢ়ক : 2021ৰ নিৰ্বাচনত ওফৰাই পেলোৱা হ'ব বিজেপিক: জুবিন গাৰ্গ

Intro:Body:
ছিপাঝাৰৰ বছাচুবাত ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল এখন ৱগনৱাৰ ।

ঘটনাস্থলীতেই মৃত্যু দুজন আৰক্ষী জোঁৱান সহ আন এজন লোক।

মৃত লোক কেইজন লেচ নায়ক চন্দ্ৰকান্ত দাস কনিষ্টবল প্ৰাণজিত শইকীয়া আৰু স্থানীয় যুৱক মিন্টু নাথ।

ছিপাঝাৰৰ কলেজ চক আৰু লাউজান সংযোগী পথত সংঘটিত হৈছে এই দুৰ্ঘটনা।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.