ETV Bharat / state

দৰঙত ভূমি সংৰক্ষণ আঁচনি ৰূপায়ণক লৈ উত্তপ্ত পৰিস্থিতি

মন্ত্ৰীৰ সন্মুখতে উচুপি উঠিল স্থানীয় মহিলা ৷ আঁচনি প্ৰত্যাহাৰ কৰাৰ দাবী ৷ আচনি ৰূপায়ণৰ বাবে নিৰ্বাচন কৰা স্থানত খেতি কৰি আহিছিল স্থানীয় লোকে

author img

By

Published : Aug 26, 2019, 7:42 PM IST

দৰঙত ভূমি সংৰক্ষণ আঁচনি ৰূপায়ণক লৈ উত্তপ্ত পৰিস্থিতি

দৰং, 26 আগষ্ট : নিজৰ বিভাগৰ এখন আঁচনি মুকলি কৰিবলৈ অহি এক অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল ভুমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম। কুৰুৱা গন্ধিয়া পথাৰত বেদখলমুক্ত ভূমিত ভূমি সংৰক্ষণ বিভাগে ৰূপায়ণ কৰিছিল 35 লাখ টকীয়া ব্যয় সাপেক্ষে এখন বৃক্ষৰোপণ আঁচনি । সেই অনুসৰি মন্ত্ৰী ব্ৰহ্ম নিজে আহি উপস্থিত হয় ছিপাঝাৰৰ কুৰুৱাৰ গন্ধিয়া পথাৰত। ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শ‌ইকীয়াৰ লগতে দৰং জিলাৰ উপায়ুক্তক কাষত লৈ মন্ত্ৰীগৰাকীয়ে আৰম্ভ‌ও কৰিলে আঁচনিৰ । কিন্তু মন্ত্ৰীয়ে আঁচনিৰ শুভাৰম্ভ কৰাৰ পিছতে লাগিল কেণা। বিভাগে যিখিনি আচনি ৰূপায়ণৰ বাবে ঠাই নিৰ্বাচন কৰিছিল সেই ঠাইখিনি খিলঞ্জীয়া লোকে দীৰ্ঘদিন ধৰি খেতি কৰি আহিছিল। যাৰ ফলত মন্ত্ৰীৰ সন্মুখতে উচুপি উঠে স্থানীয় মহিলাসকলে। আনকি আঁচনি প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰি ধৰ্ণা দিয়ে মন্ত্ৰীৰ সন্মুখতে ৷ পৰিস্থিতি উত্তপ্ত হোৱাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে। অৱশেষত মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম আৰু ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ক্ষোভিত ৰাইজক বিভিন্ন প্ৰকাৰে আশ্বাস দি পতিয়ন নিয়াৰ চেষ্টা কৰে।

Intro: দৰঙত ভুমি সংৰক্ষণ আঁচনি ৰূপায়ণক লৈ উত্তপ্ত পৰিস্থিতি ৷

খিলঞ্জীয়াৰ দখলত থকা ভূমিত ভুমি সংৰক্ষণৰ আঁচনিৰে বননি কৰণৰ শুভাৰম্ভ কৰিছিল দৰং ভুমি সংৰক্ষণ বিভাগে ৷

মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মৰ সন্মুখতে ৰাইজৰ বিক্ষোভ ৷

উত্তপ্ত ৰাইজে মন্ত্ৰীৰ সন্মুখনে ধৰ্না খিলঞ্জীয়া ৰাইজৰBody: নিজৰ বিভাগৰ এখন আঁচনি মুকলি কৰিবলৈ অহি এক অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হব লগীয়া হল ভুমি সংক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম। কুৰুৱা গন্ধিয়া পথাৰত বেদখলমুক্ত ভুমিত ভুমি সংৰক্ষণ বিভাগে ৰূপায়ণ কৰিছিল ৩৫ লক্ষ টকা ব্যয় সাপেক্ষে এখন বৃক্ষৰোপণ আঁচনি।সেই অনুসৰি মন্ত্ৰী ব্ৰহ্ম নিজে আহি উপস্থিত হয় ছিপাঝাৰৰ কুৰুৱাৰ গন্ধিয়া পথাৰত।ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শ‌ইকীয়াৰ লগতে দৰং জিলাৰ উপায়ুক্তক কাষত লৈ মন্ত্ৰী গৰকীয়ে আৰম্ভ‌ও কৰিলে আঁচনিৰ।কিন্তু মন্ত্ৰীয়ে আঁচনিৰ শুভাৰম্ভ কৰাৰ পিছতে লাগিল কেণা। বিভাগে যিখিনি আচনি ৰূপায়ণৰ বাবে ঠাই নিৰ্বাচন কৰিছিল সেই ঠাই খিনি খিলঞ্জীয়া লোকে দীৰ্ঘদিন ধৰি খেতি কৰি অাহিছিল ।যাৰ ফলত মন্ত্ৰীৰ সন্মূখতে উচুপি উঠিছে স্থানীয় মহিলা সকলে।আনকি আঁচনি প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰি ধৰ্না দিয়ে ৷ পৰিস্থিতি উত্তপ্ত হোৱাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰে । অৱশেষত মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম আৰু ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ক্ষোভিত ৰাইজক বিভিন্ন প্ৰকিৰে আশ্বাস দি পতিয়ন নিয়াব চেষ্টা কৰে।

Conclusion:Debabrat goswami, Darrang
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.