ETV Bharat / state

দলগাঁৱত ক্ষোভৰ অগনি - কা' আন্দোলনকাৰী বন্দী নেতাৰ মুক্তিৰ দাবী

কৃষক নেতা অখিল গগৈকে ধৰি 'কা' আন্দোলনকাৰী বন্দী নেতাৰ মুক্তিৰ দাবীত দলগাঁৱত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মানৱ শৃংখল ।

Protest at Dalgaon
Protest at Dalgaon
author img

By

Published : Jul 16, 2020, 3:10 PM IST

দলগাঁও, 16 জুলাই: দেশজুৰি কৰ'ণা মহামাৰীৰ আতংক আৰু উজনিৰ পৰা নামনিলৈ বানৰ বিভীষিকাৰ মাজতেই ৰাজপথলৈ ওলাই আহিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ এএচএচপিৰ নেতা কৰ্মী সকল । সংগঠনটোৱে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ সহ কাৰাবন্দী 'কা' আন্দোলনৰ বন্দী নেতাসকলক শীঘ্ৰে বিনা চৰ্তে মুক্তি আৰু উপযুক্ত চিকিৎসা প্ৰদানৰ দাবীত বৃহস্পতিবাৰে দৰঙৰ দলগাঁৱত দৰং জিলা সমিতিৰ উদ্যোগত এক মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ।

দলগাঁৱত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মানৱ শৃংখল

দলগাঁৱৰ মাজ মজিয়াত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উক্ত প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি কা' বিৰোধী আন্দোলনকাৰী সকলক বিনা চৰ্তে মুক্তি নিদিয়ে অনাগত দিনত ৰাজপথলৈ ওলাই আহি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।

লগতে চাওক-যোৰহাটত ফ্লপ শ্ব’লৈ পৰিণত লক ডাউন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.