ETV Bharat / state

Circle Officer and PSO Arrested: খাৰুপেটীয়াত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আৰক্ষী বিষয়াৰ লগতে দেহৰক্ষী

author img

By

Published : Oct 12, 2022, 9:12 PM IST

Updated : Oct 12, 2022, 9:25 PM IST

উৎকোচ লৈ এইবাৰ গ্ৰেপ্তাৰ হ’ল খাৰুপেটীয়া আৰক্ষী চক্ৰ বিষয়া অচ্যুত দত্ত ৷ আৰক্ষী চক্ৰ বিষয়াগৰাকীৰ লগতে গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়াগৰাকীৰ দেহৰক্ষী দিগন্ত বৰুৱা (Police officer with PSO arrested in Darrang)৷

Circle Officer and PSO Arrested
খাৰুপেটীয়াত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আৰক্ষী বিষয়াৰ লগতে দেহৰক্ষী

  • উৎকোচ লৈ এইবাৰ গ্ৰেপ্তাৰ হ’ল খাৰুপেটীয়া আৰক্ষী চক্ৰ বিষয়া অচ্যুত দত্ত(Police officer arrested in Darrang)
  • আৰক্ষী চক্ৰ বিষয়াগৰাকীৰ লগতে গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়াগৰাকীৰ দেহৰক্ষী দিগন্ত বৰুৱা(Police officer with PSO arrested in Darrang)
  • গুৱাহাটী পৰা অহা দুৰ্নীতি নিবাৰণ শাখাৰ এটা দলে 10 হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰপ্তাৰ কৰে দুয়োকে (Kharupetia Police officer arrested)
  • ধুলাৰ ছোৰাপ আলী নামৰ এজন লোকৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়াৰ লগতে দেহৰক্ষীক

Last Updated : Oct 12, 2022, 9:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.