ETV Bharat / state

পূৰ্বৰ বিধায়কৰ কামত অসন্তুষ্ট পৰমানন্দ ৰাজবংশী

author img

By

Published : Jun 8, 2021, 7:54 PM IST

ছিপাঝাৰৰ সমষ্টি (Sipajhar Constituency)ৰ পূৰ্বৰ উন্নয়নমূলক কামক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিলে বিধায়ক পৰমানন্দ ৰাজবংশী (Paramanada Rajbangshi) য়ে ৷ বিধায়ক গৰাকীৰ ক্ষোভ সমষ্টিটোত আজি লৈকে কোনো এখন আঁচনিৰে সফল ৰূপায়ন হোৱা নাই ৷ সাংবাদ মাধ্যমৰ আগত আৰু কি কি ক'লে বিধায়ক গৰাকীয়ে ?

As_drg_paramananda-rajbanshi-unhappy-with-the-work-of-former-mla-vis_AS10006
পূৰ্বৰ বিধায়কৰ কামত অসন্তুষ্ট পৰমানন্দ ৰাজবংশী

দৰং, 8 জুন : 'ছিপাঝাৰ সমষ্টি (Sipajhar Constituency) ত কোনো এখন চৰকাৰী আঁচনিৰে সফল ৰূপায়ন হোৱা নাই ৷ সমষ্টটোৰ জলসিঞ্চন ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বান-নিয়ন্ত্ৰণ আদি সকলো ক্ষেত্ৰতে বিফলতা দেখা গৈছে ৷ তদুপৰি সমষ্টিটোৰ বহু ভূমি এতিয়া বেদখলৰ কৱলত ৷' সাংবাদিকৰ আগত এইদৰে ক্ষোভ প্ৰকাশ তথা অভিযোগ উত্থাপন কৰিলে ছিপাঝাৰ বিধায়ক পৰমানন্দ ৰাজবংশী (Paramananda Rajbangshi) য়ে ৷

তদুপৰি সংবাদ মাধ্যমৰ আগত এইদৰে কেইবাটাও বিষয় উপস্থাপন কৰি দুৰ্নীতিৰ বিৰুদ্ধে অধিক সচেতন হোৱা দেখা যায় ছিপাঝাৰ বিধায়ক পৰমানন্দ ৰাজবংশী (Paramananda Rajbangshi)ক ৷ বিভাগৰ বিষয়া কৰ্মচাৰী লগত মিতিৰালি কৰি সমষ্টিটোত ব্যাপক দুৰ্নীতি কৰি আহিছিল একাংশ লোকে ৷ এই কথা স্পষ্ট কৰিলে ছিপাঝাৰ বিধায়ক পৰমানন্দ ৰাজবংশী (Paramananda Rajbangshi)য়ে ৷

"পূৰ্বৰ জন প্ৰতিনিধিৰ দ্বাৰা উপেক্ষিত হৈ আহিছিল ছিপাঝাৰ সমষ্টি (Sipajhar Constituency) ৷ সমষ্টিত ৰূপায়িত আঁচনিৰ নাই কোনো ভৱিষ্যত ৷" এইদৰে কয় ছিপাঝাৰৰ বিধায়ক গৰাকীয়ে ৷ উল্লেখ্য যে, সাংবাদিকৰ আগত দুৰ্নীতি মুক্ত কৰি উন্নয়নেৰে ছিৰাঝাৰৰ ভৱিষ্যত গঢ়া আশ্বাস দিয়ে বিধায়ক পৰমানন্দ ৰাজবংশী (Paramananda Rajbangshi) য়ে ৷

লগতে পঢ়ক: কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.