দৰং, 23 ছেপ্টেম্বৰঃ দৰঙ জিলাৰ বাঘৰবাৰী ৰেনেছা ক্লাৱ আৰু দৰঙ গছপুলি ৰোপণ গ্ৰুপৰ উদ্যোগত দেওৰমনৈ কনিষ্ঠ মহাবিদ্যালয়ত দেওবাৰে একলাখ গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় ৷ বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে বৃক্ষৰোপণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৷ অনুষ্ঠানটিত আলোচনাপন্থী আলফা নেতা প্ৰাণজিৎ শইকীয়া,বিশিষ্ট অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়া,টংলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা,কলাইগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়ক মুকুণ্ড ৰাম চৌধুৰী,নাট্যকাৰ মধুসূধন দাস,দৰং জিলা চাইবাৰ চেলৰ কৃষ্ণকান্ত লহকৰ,দেওৰমনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মতিৰাম শইকীয়া আৰু মৌজাদাৰ বিনয় বৰুৱা উপস্থিত থাকে।
দৰঙত এক লাখ গছপুলি ৰোপণ - Actor Pranjal Saikia
দৰঙৰ দেওৰমনৈ কনিষ্ঠ মহাবিদ্যালয়ত দুটা সামাজিক সংস্থাৰ উদ্যোগত এক লাখ গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে কেইবাজনো বিশিষ্ট ব্যক্তি ৷
দৰং, 23 ছেপ্টেম্বৰঃ দৰঙ জিলাৰ বাঘৰবাৰী ৰেনেছা ক্লাৱ আৰু দৰঙ গছপুলি ৰোপণ গ্ৰুপৰ উদ্যোগত দেওৰমনৈ কনিষ্ঠ মহাবিদ্যালয়ত দেওবাৰে একলাখ গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় ৷ বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে বৃক্ষৰোপণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৷ অনুষ্ঠানটিত আলোচনাপন্থী আলফা নেতা প্ৰাণজিৎ শইকীয়া,বিশিষ্ট অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়া,টংলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা,কলাইগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়ক মুকুণ্ড ৰাম চৌধুৰী,নাট্যকাৰ মধুসূধন দাস,দৰং জিলা চাইবাৰ চেলৰ কৃষ্ণকান্ত লহকৰ,দেওৰমনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মতিৰাম শইকীয়া আৰু মৌজাদাৰ বিনয় বৰুৱা উপস্থিত থাকে।
#আনুষ্ঠানিকভাৱে শুভ উদ্বোধন বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসেBody:
#দৰং জিলাৰ বাঘৰবাৰী ৰেনেঁছা ক্লাৱ আৰু দৰং গছপুলি ৰোপন গ্ৰুপৰ উদ্যোগত দেওৰমনৈ কনিষ্ঠ মহাবিদ্যালয়ত দৰং জিলাক সেউজীয়া কৰাৰ উদ্দেশ্য আজি একলাখ গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে। অনুষ্ঠানটিত আলোচনাপন্থী আলফা নেতা প্ৰাণজিৎ শইকীয়া, বিশিষ্ট অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়া, টংলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াদুৰ্গা কিংকৰ শৰ্মা, কলাইগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়ক মুকণ্ড ৰাম চৌধুৰী, নাট্যকাৰ মধুসোধন দাস, দৰং জিলা চাইবাৰ চেলৰ কৃষ্ণ কান্ত লস্কৰ, দেওৰমনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মতিৰাম শইকীয়া আৰু মৌজাদাৰ বিনয় বৰুৱা উপস্থিত থাকে। বৃক্ষৰোপন সমিতিখনে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত,মন্দিৰ মছজিদ শিক্ষানুষ্ঠান পথৰ দাতিত গছপুলি ৰোপনৰ পন লৈছে।
Conclusion:Debabrat goswami.Darrang