ETV Bharat / state

বিটিচি নিৰ্বাচন প্ৰসংগঃ নিৰ্বাচনী আয়োগক সাক্ষাৎ কৰিব মন্ত্ৰী ৰিহন দৈমাৰীয়ে

author img

By

Published : Sep 15, 2020, 9:14 PM IST

বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ মন্ত্ৰী ৰিহন দৈমাৰীয়ে নিৰ্বাচনী আয়োগক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ৷ অতিশীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে অনুৰোধ জনাব মন্ত্ৰী গৰাকীয়ে ৷

Minister Rihan Doimari Recation On BTC Election
বিটিচি নিৰ্বাচন প্ৰসংগঃ নিৰ্বাচনী আয়োগক সাক্ষাৎ কৰিব মন্ত্ৰী ৰিহন দৈমাৰীয়ে

দৰং, 15 ছেপ্তেম্বৰ : ক'ভিড-19 ৰ ত্ৰাসৰ বাবে স্থগিত হৈ ৰোৱা বিটিচি নিৰ্বাচনক লৈ এইবাৰ নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিব মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷ অক্টোবৰৰ শেষত বা নৱেম্বৰৰ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী আয়োগক অনুৰোধ জনাব মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৷ আনকি, এই সন্দৰ্ভত বিপিএফৰ বিধায়ক সকলকলৈ বৈঠক কৰিব বুলিও মন্তব্য ৰিহন দৈমাৰীৰ ৷ ওদালগুৰিত এই মন্তব্য প্ৰদান মন্ত্ৰী ৰিহণ দৈমাৰীৰ ৷ বিপিএফৰ যোগদান সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য প্ৰদান মন্ত্ৰী গৰাকীৰ ৷

বিটিচি নিৰ্বাচন প্ৰসংগ

আনহাতে,বিহাৰত যদি বিধানসভা নিৰ্বাচন আৰু ৰাজস্থানত যদি পঞ্চায়ত নিৰ্বাচন হ'ব পাৰে তেতিয়াহ'লে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাক লৈ প্ৰশ্নৰ উত্থাপন কৰিছে মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে,মন্ত্ৰী গৰাকীৰ উপস্থিতিত BJP আৰু UPPL কৰ্মীৰ লগতে প্ৰায় দুই শতাধিক লোকে মঙলবাৰে যোগ দিয়ে বিপিএফত । গতিকে,বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী মন্ত্ৰী ৰিহন দৈমাৰী ।

লগতে পঢ়ক : চান্দা বিচাৰি হাৰাশাস্তি নকৰিবলৈ কাক আহ্বান জনালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.