ETV Bharat / state

এজাক পৰিভ্ৰমী পক্ষীৰ নিৰাপত্তা প্ৰদান দৰঙবাসীৰ - migratory bird at darrang

শীতৰ আগমনৰ লগে লগে দেশী বিদেশী পক্ষীৰ আগমন ঘটে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ দৰঙৰ ঐতিহাসিক কুমাৰপাৰা পদ পুখুৰীলৈ আগমন ঘটে দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ ৷ যাৰ ফলত পুখুৰীত বিৰাজ কৰিছে এক দৃষ্টি নন্দন পৰিৱেশ ৷

দৰং
এজাক পৰিভ্ৰমী পক্ষীৰ নিৰাপত্তা প্ৰদান দৰঙবাসীৰ
author img

By

Published : Jan 9, 2020, 10:22 PM IST

দৰং, 9 জানুৱাৰীঃ পৰিভ্ৰমী পক্ষীৰ কাকলিৰে মুখৰিত দৰঙৰ পদ পুখুৰী ৷ নৱম শতিকাত ৰজা বিক্ৰমাদিত্য শীলে খনন কৰা দৰঙৰ ঐতিহাসিক কুমাৰপাৰা পদ পুখুৰীলৈ আগমন ঘটে দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ ৷ যাৰ বাবে দৰঙৰ পদ পুখুৰীৰ লগতে ইচকাৰ পুখুৰী, বুঢ়ী নগৰ পুখুৰী, ৰইনাপিত পুখুৰীত বিৰাজ কৰিছে এক দৃষ্টি নন্দন পৰিৱেশ ।

এজাক পৰিভ্ৰমী পক্ষীৰ নিৰাপত্তা প্ৰদান দৰঙবাসীৰ

এই পৰিভ্ৰমী পক্ষীৰ কোলাহলত পুৱা সাৰ পাই উঠে চুবুৰীয়া ৰাইজ ৷ বিশেষকৈ কনামুচুৰী, পানী কাউৰী, শৰালীহাঁহ, ঘিলাহাঁহ,বৰটোকোলা, শামুকভাঙা আদিৰ লগতে বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ আশ্ৰয়স্থল হৈ পৰিছে ৰজাদিনীয়া পুখুৰীসমূহ ৷ এই পক্ষীসমূহৰ খাদ্য যোগান ধৰাৰ উপৰিও চিকিৎসা সেৱাৰ লগতে চিকাৰীৰ পৰা নিৰাপত্তা প্ৰদান কৰে স্থানীয় ৰাইজে ৷ আনহাতে, স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজৰ চৰকাৰলৈ আহ্বান দৰঙৰ এই ঐতিহাসিক পুখুৰীসমূহক চৰকাৰে পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তুলি পৰিভ্ৰমী পক্ষীৰ আশ্ৰয়স্থল হিচাবে নিয়োজিত কৰাৰ ব্যৱস্থা কৰক ৷

আৰু পঢ়কঃ আৰ্চাৰী অনুশীলনৰ সময়ত শৰবিদ্ধ এগৰাকী 12 বছৰীয়া খেলুৱৈ

Intro:শীতৰ আগমনৰ লগে লগে দেশী বিদেশী পক্ষীৰ আগমন ,দৰঙৰ পুখুৰীতBody:- শীতৰ আগমনৰ লগে-লগে ৰাজ্যৰ বিভিন্ন নদ-নদী,বিল-খাল-জলাশয় আদিলৈ আগমন ঘটে অগনন পৰিভ্ৰমী পক্ষীৰ। প্ৰত্যেক বছৰৰ দৰে এই বাৰো নৱম শতিকাতে ৰজা বিক্ৰমাদিত্য শীলে খনন কৰা দৰঙৰ ঐতিহাসিক কুমাৰপাৰা পদ পুখুৰীত আগমন হল পৰিভ্ৰমী দেশী বিদেশী পক্ষীৰ ৷ এই পৰিভ্ৰমী পক্ষীৰ কাকলীৰে মুখৰিত কৰিছে এতিয়া দৰঙৰ পদ পুখুৰী ৷ দৰঙৰ পদ পুখুৰীৰ লগতে ইচকাৰ পুখুৰী,বুঢ়ী নগৰ পুখুৰী,ৰইনাপিত পুখুৰীত বিৰাজ কৰিছে এক দৃষ্টি নন্দন পৰিৱেশ। পৰিভ্ৰমী পক্ষীৰ কোলাহলত পুৱা সাৰ পাই উঠি চুবুৰীয়া ৰাইজে ৷ বিশেষকৈ কনামুচুৰী, পানী কাউৰী, শৰালীহাঁহ, ঘিলাহাঁহ,বৰটোকোলা, শামুকভাঙা আদিৰ লগতে বিভিন্ন প্ৰজাতিৰ দেশী - বিদেশী পৰিভ্ৰমী পক্ষীৰ আশ্ৰয়স্থল হৈ পৰিছে ৰজাদিনীয়াা পুখুৰী সমূহত ৷ পক্ষীৰ কাকলীৰে মুখৰিত হৈ এক দৃষ্টিনন্দন পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চল ৷ পৰিভ্ৰমী পক্ষীৰ খাদ্য যোগান ধৰাৰ উপৰিও চিকিৎসা সেৱাৰ লগতে চিকাৰীৰ পৰা নিৰাপত্তা প্ৰদান কৰে স্থানীয় ৰাইজে ৷ পৰিভ্ৰমী পক্ষীৰ বাবে দৰঙৰ কুমাৰপাৰা ৰাইজে ঐতিহাসিক পদ পুখুৰীক ৰাখিছে সংৰক্ষণ কৰি ৷ প্ৰকৃতিপ্ৰেমীৰ চৰকাৰলৈ আহ্বান - দৰঙৰ এই ঐতিহাসিক পুখুৰী সমূহক চৰকাৰে পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তুলি পৰিভ্ৰমী পক্ষীৰ আশ্ৰয়স্থল হিচাবে নিয়োজিত কৰক ৷

Conclusion:দৰঙৰ পৰা দেবব্ৰত গোস্বামী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.