দৰং,1 নৱেম্বৰঃ শুকুৰবাৰে নিশা দৰঙৰ ঠেকেৰাবাৰীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ মুনিন্দ্ৰ ডেকা নামৰ এজন ব্যক্তিৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডটো ৷ ফুলজাৰিৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷ জানিব পৰা মতে,অগ্নিকাৰ ফলত সম্পূৰ্ণৰূপে এটা ঘৰ জুইত জাহ যায় ৷ অৱশ্যে এই পৰ্যন্ত ক্ষয়-ক্ষতিৰ পৰিমাণ কিমান হৈছে জানিব পৰা হোৱা নাই ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিতি হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও সকলো সা সম্পত্তি ৷
পঢ়ক অন্য় এক খবৰ ঃনাট প্ৰচাৰৰ উদ্দেশ্যে নলবাৰীত উপস্থিত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ