ETV Bharat / state

খাৰুপেটীয়াত সুলভ মূল্যৰ চাউলসহ দুজনক আটক - PDS rice scam at Karupetia

খাৰুপেটীয়াত অবৈধভাৱে বিক্ৰীৰ বাবে নিয়া সুলভ মূল্যৰ চাউল জব্দ (PDS rice scam at Karupetia)৷ চাউলভৰ্তি গাড়ীৰ চালকসহ আটক দুজন লোকক ৷

খাৰুপেটীয়াত সুলভ মূল্যৰ চাউলসহ দুজনক আটক

author img

By

Published : Sep 15, 2022, 3:15 PM IST

  • বগা চাউলৰ ক’লা ব্যৱসায়ৰ বিৰুদ্ধে খাৰুপেটীয়াত আৰক্ষীৰ অভিযান
  • সুলভ মূল্যৰ চাউলভৰ্তি গাড়ীৰ চালকসহ আটক দুজন লোক (Man arrested with PDS rice at Kharupetia)
  • ৭০ বস্তা চাউলসহ জব্দ AS12 BC 2010 নম্বৰৰ এখন ডি আই বাহনো
  • বৰুৱাঝাৰ সমবায় সমিতিৰ সম্পাদকে এই দূৰ্নীতি সংঘটিত কৰাৰ অভিযোগ(PDS rice scam at Karupetia)
  • সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.