ETV Bharat / state

আইন অমান্যকাৰী একাংশ লোকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী প্ৰশাসন - আঁঠু কঢ়াই থলে ৰাজপথত

লক ডাউনৰ সময়ত নিয়ম উলংঘাকাৰী একাংশ লোকৰ বিৰুদ্ধে সৰৱ হৈ পৰিল আৰক্ষী প্ৰশাসন ৷ এই সময়ত পথলৈ ওলাই অহা একাংশ লোকক ডুমডুমা আৰু দলগাঁৱত আৰক্ষীয়ে লাঠীচাৰ্জ কৰাৰ ওপৰিও আঁঠু কঢ়াই থলে ৰাজপথত ৷

কঠোৰ আৰক্ষী প্ৰাশাসন
কঠোৰ আৰক্ষী প্ৰাশাসন
author img

By

Published : Mar 26, 2020, 7:56 PM IST

ডুমডুমা, 26 মাৰ্চঃ ডুমডুমা চহৰত আইন অমান্য কৰা একাংশ লোকৰ ওপৰত কঠোৰ হৈ পৰিছে আৰক্ষী ৷ পথলৈ উলাই অহা যুৱকক আৰক্ষীয়ে লাঠীচাৰ্জ ওপৰিও CRPF ৰ জোৱানেও দিয়ে শিক্ষা ৷

লক ডাউন উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ হ'ল দলগাঁও আৰক্ষী
ডুমডুমা চহৰত আইন অমান্য কৰা একাংশ লোকৰ ওপৰত কঠোৰ আৰক্ষী

দলগাঁওঃ আনহাতে লক ডাউন উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ হ'ল দলগাঁও আৰক্ষীও ৷ নিয়ম উলংঘাকাৰী একাংশ লোকক লাঠীৰ কোব দিয়াৰ লগতে, ৰাজপথত কাণত ধৰাই শাস্তি প্ৰদান কৰে আৰক্ষীৰ লোকে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.