ETV Bharat / state

লক ডাউনৰ প্ৰভাৱঃ দিশহাৰা বঙাইগাঁৱৰ "নিগম ঘোলা"ৰ আনাৰস খেতিয়ক সকল - Lock down effect on pineapple producer

বঙাইগাঁও জিলাৰ "নিগম ঘোলা" গাৱঁৰ খেতিয়ক সকলে আনাৰস বিক্ৰী কৰি প্ৰতি বছৰে উপাৰ্জন কৰে প্ৰায় তিনি কোটি টকা ৷ বঙাইগাৱঁৰ উপৰিও সমগ্ৰ নামনি অসম তথা গুৱাহাটীলৈ ট্ৰাকে ট্ৰাকে আনাৰস ৰপ্তানী কৰে এই গাঁওখনৰ খেতিয়ক সকলে ৷

Lock down effect on pineapple producer in Bongaigaon
লক ডাউনৰ প্ৰভাৱঃ দিশহাৰা বঙাইগাঁৱৰ "নিগম ঘোলা"ৰ আনাৰস খেতিয়ক সকল
author img

By

Published : Jun 21, 2020, 8:46 PM IST

Updated : Jul 21, 2022, 3:57 PM IST

বঙাইগাঁও, 21 জুন : আনাৰস উৎপাদন আৰু বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰা বঙাইগাৱঁৰ এখন বিশেষ গাঁও ৷ বঙাইগাঁও জিলাৰ "নিগম ঘোলা" গাৱঁৰ খেতিয়ক সকলে আনাৰস বিক্ৰী কৰি প্ৰতি বছৰে উপাৰ্জন কৰে প্ৰায় তিনি কোটি টকা ৷ বঙাইগাৱঁৰ উপৰিও সমগ্ৰ নামনি অসম তথা গুৱাহাটীলৈ ট্ৰাকে ট্ৰাকে আনাৰস ৰপ্তানী কৰে এই গাঁওখনৰ খেতিয়ক সকলে ৷ গাৰো জনোগোষ্ঠী প্ৰধান এই খন গাঁৱৰ খেতিয়ক ৰাইজে পাহাৰত বিঘাই বিঘাই কৰে আনাৰসৰ খেতি ৷ কিন্তু এইবৰ্ষত গাঁওখনত দেখা গৈছে এখন ওলোটা ছবি ৷

লক ডাউনৰ প্ৰভাৱঃ দিশহাৰা বঙাইগাঁৱৰ "নিগম ঘোলা"ৰ আনাৰস খেতিয়ক সকল

উল্লেখ্য যে, এই বছৰ কৰ'ণা ভাইৰাছৰ বাবে গাঁও খনত সোমাবলৈ দিয়া হোৱা নাই বেপাৰী ৷ যাৰ বাবে বহু সমস্যাত পৰিছে খেতিয়ক সকল ৷ বেপাৰীৰ অভাৱত ঙাইগাৱঁৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে সুস্বাদ্য আনাৰস বিক্ৰী কৰিছে খেতিয়ক সকলে ৷

Lock down effect on pineapple producer in Bongaigaon
লক ডাউনৰ প্ৰভাৱঃ দিশহাৰা বঙাইগাঁৱৰ "নিগম ঘোলা"ৰ আনাৰস খেতিয়ক সকল

আকাৰৰ ওপৰত ভিত্তি কৰি প্ৰতিযোৰ আনাৰস ৫০, ৬০ টকা বুলি জনাইছে খেতিয়ক সকলে ৷ কিন্তু আন বছৰ সমুহৰ দৰে এইবাৰৰ বিক্ৰী আশানুৰূপ নহয় বুলি জনাইছে আনাৰস উৎপাদনকাৰী খেতিয়ক সকলে ৷

লগতে পঢ়কঃ RTI কৰ্মী মোহন ৰংপিক আক্ৰোশমূলকভাবে আটক কৰিছে চৰকাৰেঃ দেৱব্ৰত শইকীয়া

Last Updated : Jul 21, 2022, 3:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.