ETV Bharat / state

দৰঙৰ কৌপাটি চাহ বাগানৰ কৰ্মচাৰীৰ আত্মহত্যা - চুনিকা মুণ্ডা

দৰঙৰ কৌপাটি চাহ বাগানৰ চুনিকা মুণ্ডা নামৰ চতুৰ্থবৰ্গৰ এগৰাকী কৰ্মচাৰীৰ আত্মহত্যা ৷ এই ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ ৷

দৰঙৰ কৌপাটি চাহ বাগানৰ কৰ্মচাৰীৰ আত্মহত্যা
author img

By

Published : Nov 19, 2019, 12:56 PM IST

দৰং,19 নৱেম্বৰঃ দৰঙৰ কৌপাটি চাহ বাগানত অঘটন ৷ বাগানৰ চুনিকা মুণ্ডা নামৰ চতুৰ্থবৰ্গৰ এজন কৰ্মচাৰীয়ে আত্মহত্যা কৰে ৷ সোমবাৰে নিশা বাগানৰ জিৰণি কোঠাত চিপ লৈ আত্মহত্যা কৰে কৰ্মচাৰীজনে ৷ পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে মৃতদেহটো ৷ কৰ্মচাৰীজনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা নাই যদিও অত্যাধিক মানসিক চাপত পৰি এই ঘটনা সংঘটিত কৰিব পাৰে বুলি আত্মীয়‌ই সন্দেহ প্ৰকাশ কৰে ৷ এই ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰাৰ লগতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

দৰঙৰ কৌপাটি চাহ বাগানৰ কৰ্মচাৰীৰ আত্মহত্যা

আৰু পঢ়কঃ বন্ধুৱে হত্যা কৰিলে বন্ধুক

Intro:

# দৰঙৰ কৌপাটি চাহ বাগানত অঘটন

# বাগানৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী চুনিকা মুণ্ডা(৪৫)ৰ আত্মহত্যা।

# নিশা বাগানৰ এটা ঘৰৰ কোঠালীত ৰচীৰে চিপ আত্মহত্যা কৰে কৰ্মচাৰীজনে

# পুৱা ভাগত চিপ লৈ থকা অৱস্হাত উদ্ধাৰ হয় মৃতদেহটো

# কৰ্মচাৰীজনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা নাই যদিও অত্যাধিক মানসিক চাপত পৰি এই ঘটনা সংঘটিত কৰিব পাৰে বুলি আত্মীয়‌ই সন্দেহ প্ৰকাশ কৰে

# ঘটনাটোক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে

Byte local PeopleBody:

# দৰঙৰ কৌপাটি চাহ বাগানত অঘটন

# বাগানৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী চুনিকা মুণ্ডা(৪৫)ৰ আত্মহত্যা।

# নিশা বাগানৰ এটা ঘৰৰ কোঠালীত ৰচীৰে চিপ আত্মহত্যা কৰে কৰ্মচাৰীজনে

# পুৱা ভাগত চিপ লৈ থকা অৱস্হাত উদ্ধাৰ হয় মৃতদেহটো

# কৰ্মচাৰীজনৰ আত্মহত্যাৰ কাৰণ জানিব পৰা নাই যদিও অত্যাধিক মানসিক চাপত পৰি এই ঘটনা সংঘটিত কৰিব পাৰে বুলি আত্মীয়‌ই সন্দেহ প্ৰকাশ কৰে

# ঘটনাটোক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছেConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.