ETV Bharat / state

দৰঙত ইফটাৰৰ সামগ্ৰী বিতৰণ

author img

By

Published : May 22, 2019, 8:55 PM IST

পবিত্ৰ ৰমজান মাহ উপলক্ষে পপুলাৰ ফ্ৰন্টৰ দৰং জিলা সমিতিয়ে দলগাঁও আঞ্চলিক সমিতিৰ সহযোগত ইছলাম ধৰ্মাৱলম্বী লোকৰ এশৰো অধিক দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, চেনি, খেজুৰ, দালি, মিঠাতেল, আদি বিতৰণ কৰে ।

দৰঙৰ দলগাঁৱত দৰিদ্ৰ পৰিয়ালৰ মাজত এফতাৰ কিট বিতৰণ

দলগাওঁ, 22 মে': দৰঙৰ দলগাঁৱত দৰিদ্ৰ পৰিয়ালৰ মাজত পপুলাৰ ফ্ৰন্টৰ ইফটাৰৰ সা-সামগ্ৰী বিতৰণ ৷ পবিত্ৰ ৰমজান মাহ উপলক্ষে পপুলাৰ ফ্ৰন্টৰ দৰং জিলা সমিতিয়ে দলগাঁও আঞ্চলিক সমিতিৰ সহযোগত ইছলাম ধৰ্মাৱলম্বী লোকৰ এশৰো অধিক দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, চেনি, খেজুৰ, দালি, মিঠাতেল, আদি বিতৰণ কৰে ।

দৰঙৰ দলগাঁৱত দৰিদ্ৰ পৰিয়ালৰ মাজত এফতাৰ কিট বিতৰণ

লগতে পঢ়ক: লখিমপুৰ পহুমৰাত নিপকোৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

Intro:** দৰঙৰ দলগাঁৱত দৰিদ্ৰ পৰিয়ালৰ মাজত পপুলাৰ ফ্ৰন্টৰ এফতাৰৰ সা'সামগ্ৰী বিতৰণ Body:পবিত্ৰ ৰমজান মাহ উপলক্ষে পপুলাৰ ফ্ৰন্টৰ দৰং জিলা সমিতিয়ে দলগাও আঞ্চলিক সমিতিৰ সহযোগত ইছলাম ধৰ্মাৱলম্বী লোকৰ এশৰো অধিক দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল , চেনি খেজুৰ দালি মিঠাতেল আদিকে ধৰি এফটাৰৰ কিট বিতৰণ কৰে । Conclusion:পপুলাৰ ফ্ৰন্টৰ এনে কাৰ্য্যক দৰিদ্ৰ পৰিয়ালৰ লগতে সচেতন লোকে প্ৰশংসা কৰে ।

আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.