খাৰুপেটীয়া, 12 এপ্ৰিলঃ দেওবাৰে 4 গৰাকী লোকক কোৱাৰেণ্টাইন কৰোৱা হয় খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত । প্ৰাপ্ত তথ্য অনুসৰি, 11 মাৰ্চত গুৱাহাটী আঠগাঁৱৰ কবৰস্থান মছজিদত গৈ ১২ মাৰ্চত তবলিগী বৈঠকত ভাগ লৈছিল এওঁলোকে । তাৰ পৰা উভতি আহি লোককেইজন ঘৰতে কোৱাৰেণ্টাইন হৈ আছিল বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ ছয়গাঁৱৰ গৰৈমাৰীত আটক দুজন ড্ৰাগছ আসক্ত লোক