ETV Bharat / state

বানৰ পিছত যাতায়তৰ সমস্যাত দলগাঁৱৰ নৈপৰীয়া লোক

author img

By

Published : Jul 29, 2019, 12:05 PM IST

জীয়া ধনশিৰি নৈৰ সোঁতে খহাই নিলে হাজাৰ লোকৰ একমাত্ৰ পথ । পথৰ মাজেৰে চলিছে নাও ।

বানৰ পিছত যাতায়তৰ সমস্যাত দলগাঁৱৰ নৈপৰীয়া লোক

দলগাঁও, 29 জুলাই : প্ৰলয়ংকাৰী বানে সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাৰ বহু অঞ্চলৰ ঘৰবাৰী, স্কুল , খেতি পথাৰ, ৰাস্তাঘাট বিধ্বস্ত কৰি সৰ্বস্বান্ত কৰে হাজাৰ হাজাৰ লোকক । দলগাঁও ৰাজহ চক্ৰৰ অন্তগৰ্ত বগৰীবাৰী , বিলপাৰ আৰু নদীৰপাৰ গাঁৱৰ হাজাৰ হাজাৰ লোকৰ যাতায়তৰ একমাত্ৰ পথটো জীয়া ধনশিৰি নৈৰ প্ৰবল সোঁতে খহাই নিয়াত যাতায়ত ব্যৱস্থা একপ্ৰকাৰ বন্ধ হৈ পৰে ।

দলগাঁও ৰাজহ চক্ৰৰ উক্ত গাঁও তিনিখনৰ যাতায়তৰ একমাত্ৰ পথটো ধনশিৰি নৈয়ে খহাই যাতায়ত ব্যৱস্থা ব্যাহত কৰাৰ পাচতো প্ৰশাসন কিম্বা স্থানীয় বিধায়কে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত চিন্তিত হৈ পৰিছে তিনিখন গাঁৱৰ হাজাৰ হাজাৰ লোক । লগতে অতিশীঘ্ৰে গাঁও তিনিখনৰ একমাত্ৰ পথটো মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰি তোলাৰ বাবে জিলা প্ৰশাসনক দাবী জনায় ৰাইজে ।

Intro:Slug = Dalgaon_Broken_ Road
Byte= Public
Reporter= Abdul Hakim
Dalgaon

## বানৰ পিছত যাতায়তৰ সমস্যাত দলগাঁৱৰ নৈপৰীয়া লোক ।
## পথৰ মাজেৰে চলিছে নাও ।
## জীয়া ধনশিৰি নৈৰ সোতে খহাই নিলে হাজাৰ লোকৰ একমাত্ৰ পথ ।

Body:

দলগাও /২৯ জুলাই

প্ৰলয়ংকাৰী বানে সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাৰ বহু অঞ্চলৰ ঘৰবাৰী, স্কুল , খেতি পথাৰ, ৰাস্তাঘাট বিধ্বস্ত কৰি সৰ্বস্বান্ত কৰে হাজাৰ হাজাৰ লোকক । দলগাও ৰাজহ চক্ৰৰ অন্তগৰ্ত বগৰীবাৰী ,বিলপাৰ আৰু নদীৰপাৰ গাঁৱৰ হাজাৰ হাজাৰ লোকৰ যাতায়তৰ একমাত্ৰ পথটো জীয়া ধনশিৰি নৈৰ প্ৰবল সোতে খহাই নিয়াত যাতায়ত ব্যৱস্থা একপ্ৰকাৰ বন্ধ হৈ পৰে । দলগাও ৰাজহ চক্ৰৰ উক্ত গাও তিনিখনৰ যাতায়তৰ একমাত্ৰ পথটো ধনশিৰি নৈয়ে খহাই যাতায়ত ব্যৱস্থা ব্যাহত কৰাৰ পিছতো প্ৰশাসন কিম্বা স্থানীয় বিধায়কে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত চিন্তিত হৈ পৰিছে তিনিখন গাঁৱৰ হাজাৰ হাজাৰ লোক ।

Conclusion:

অতিশীঘ্ৰে গাও তিনিখনৰ একমাত্ৰ পথটো মেৰামতিৰ কৰি যাতায়ত ব্যৱস্থা সুচল তোলাৰ বাবে জিলা প্ৰশাসনক দাবী জনাই ৰাইজে ।

আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.