ETV Bharat / state

ওদালগুৰিত 5 জনকৈ স্বাস্থ্য কৰ্মীৰ দেহত কোভিড-19 পজিটিভ

ওদালগুৰিৰ NHM কাৰ্যালয়ত কৰ্মৰত ৫ জন কৰ্মচাৰীৰ দেহত ধৰা পৰিল কভিড- ১৯ পজিটিভ ৷

Five new covid-19 cases found in Udalguri
ওদালগুৰিত 5 জনকৈ স্বাস্থ্য কৰ্মীৰ দেহত কোভিড-19 পজিটিভ
author img

By

Published : Jun 21, 2020, 10:29 PM IST

ওদালগুৰি, 21 জুন: ওদালগুৰি জিলাত ৫ জনকৈ স্বাস্থ্য কৰ্মীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ দেওবাৰে ওদালগুৰিৰ NHM কাৰ্যালয়ত কৰ্মৰত ৫ জন কৰ্মচাৰীৰ দেহত ধৰা পৰিল কভিড- ১৯ পজিটিভ ৷ জিলা কাৰ্যালয়ত কৰ্মৰত ২ জন আৰু ব্লকত কৰ্মৰত ৩ জনৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছ পজিটিভ ৷ স্বাস্থ্য কৰ্মী কেইজন হ'ল ক্ৰমে অনুপ শইকীয়া, ৰাজ ডনাল্ড মোছাহাৰী ,অলকেশ শৰ্মা, দীপাংকৰ দাস আৰু পুলক শইকীয়া ৷

Five new covid-19 cases found in Udalguri
ওদালগুৰিত 5 জনকৈ স্বাস্থ্য কৰ্মীৰ দেহত কোভিড-19 পজিটিভ

বৰ্তমান ৰৌতা মডেল হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আটাইকেইজন কোভিড-19 পজিটিভ ৰোগীক ৷ ইয়াৰ ওপৰিও উক্ত NHM ৰ কাৰ্যালয় চীল কৰি কন্টেইন্টমেন্ট জ'ন ঘোষণা কৰাৰ যো জা কৰিছে জিলা প্ৰশাসনে ৷ উল্লেখ্য যে, এতিয়াৰে পৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰাই চলিব NHM ৰ জিলা কাৰ্যালয়ৰ কাম কাজ ৷

লগতে পঢ়কঃ দেশত কোভিড-১৯ ৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ হাৰ ৫৫.৪৯ শতাংশলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.