দলগাঁও, ২৮ নৱেম্বৰঃ দৰঙৰ ধূলাত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত সাতটাকৈ বাসগৃহ ভস্মীভূত হোৱাৰ লগতে জুইত জাহ যায় বহুতো মূল্যবান সামগ্ৰী । ধূলা আৰক্ষী থানাৰ অন্তৰ্গত গেন্দাৰ চকৰ মৌলনা হাচেন গণি আৰু শ্বহীদুল ইছলামৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড । লাখ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱা অগ্নিকাণ্ড সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনী খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ আনহাতে, বৰ্তমান পৰ্যন্ত অগ্নিকাণ্ড কাৰণ জানিব পৰা হোৱা নাই বুলি মন্তব্য কৰে ভুক্তভোগীয়ে ।
ধূলাত ভয়ংকৰ অগ্নিকাণ্ড - দৰঙৰ ধূলাত ভয়ংকৰ অগ্নিকাণ্ড
ধূলা আৰক্ষী থানাৰ অন্তৰ্গত গেন্দাৰ চকৰ মৌলনা হাচেন গণি আৰু শ্বহীদুল ইছলামৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷
ধূলাত ভয়ংকৰ অগ্নিকাণ্ড
দলগাঁও, ২৮ নৱেম্বৰঃ দৰঙৰ ধূলাত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত সাতটাকৈ বাসগৃহ ভস্মীভূত হোৱাৰ লগতে জুইত জাহ যায় বহুতো মূল্যবান সামগ্ৰী । ধূলা আৰক্ষী থানাৰ অন্তৰ্গত গেন্দাৰ চকৰ মৌলনা হাচেন গণি আৰু শ্বহীদুল ইছলামৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড । লাখ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱা অগ্নিকাণ্ড সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনী খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ আনহাতে, বৰ্তমান পৰ্যন্ত অগ্নিকাণ্ড কাৰণ জানিব পৰা হোৱা নাই বুলি মন্তব্য কৰে ভুক্তভোগীয়ে ।
Intro: Slug= Dhula_Fire_
## ধূলাত ভয়ংকৰ অগ্নিকান্ড ।
## ভস্মীভূত হল বাসগৃহ , নথিপত্ৰ ।
Body:
দলগাও / ২৮ নবেম্বৰ
#দৰঙৰ ধূলাত ভয়ংকৰ অগ্নিকাণ্ড।
## অগ্নিকান্ডৰ ফলত ভস্মীভূত সাতটাকৈ বাসগৃহ,গুৰুত্বপূৰ্ণ নথি পত্ৰ।
## ধূলা থানাৰ অন্তৰ্গত গেন্দাৰ চকৰ মৌলনা হাচেন গণি আৰু শ্বহীদুল ইছলামৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হয়।
## লাখ লাখ টকাৰ সা সম্পত্তি ভস্মীভূত ।## অগ্নিকান্ড কাৰণ জানিব পৰা হোৱা নাই ।
## অগ্নিনিৰ্বাপক বাহিনীৰ লোকে নিৰ্বাপন কৰে জুই ।
Conclusion:
## পৰিয়ালৰ মাজত হাহাকাৰ ।
আব্দুল হাকিম
দলগাও ।