ETV Bharat / state

পাৰিবাৰিক কাজিয়াৰ বাবে দাৰ ঘাপত এজন আহত

author img

By

Published : Oct 18, 2020, 2:34 PM IST

পাৰিবাৰিক কন্দলৰ বাবে দলগাঁৱত দাৰ ঘাপত গুৰুতৰভাৱে আহত হ'ল এগৰাকী লোক ৷ দৰঙৰ দলগাঁৱৰ বিলপাৰত এই ঘটনা সংঘটিত হৈছে ৷ আহত লোক গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ ৷

পাৰিবাৰিক কাজিয়াৰ বাবে দাৰ ঘাপত এজন আহত
পাৰিবাৰিক কাজিয়াৰ বাবে দাৰ ঘাপত এজন আহত

দলগাঁও, 18 অক্টোবৰ: দৰঙৰ দলগাঁৱৰ বিলপাৰত পাৰিবাৰিক কন্দলে ল'লে ভয়ংকৰ ৰূপ ৷ পাৰিবাৰিক কন্দলৰ বাবেই দৰঙৰ দলগাঁৱৰ বিলপাৰত এগৰাকী লোকক দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে ৷ আহত লোক গৰাকীৰ নাম ছাইদুল হক বুলি জানিব পৰা গৈছে ৷ আহত ছাইদুলক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ ৷

জানিব পৰা মতে দলগাঁও থানাৰ অন্তৰ্গত বিলপাৰত আজি দাৰে ঘপিয়াই ছাইদুল হক নামৰ লোকজনক গুৰুতৰ ভাৱে আহত কৰে। অভিযোগ অনুসৰি পাৰিবাৰিক কজিয়াৰ বাবেই ছাইদুৰ হকক দাৰে ঘপিয়াই গুৰুতৰ ভাৱে আহত কৰে জয়নাল আব্দীন নামৰ লোকজনে । আহত ছাইদুল হক গাঁওৰক্ষী বাহিনীৰ সম্পাদক বুলি জানিব পৰা গৈছে লগতে পঢ়ক:দলগাঁৱৰ বেছিমাৰীত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.