ETV Bharat / state

মাদ্ৰাছা বন্ধৰ প্ৰসংগ : দিলীপ শইকীয়াৰ বিস্ফোৰণ

author img

By

Published : Oct 21, 2020, 8:02 AM IST

মাদ্ৰাছা বন্ধৰ প্ৰসংগত চৰকাৰক সমৰ্থন দিলীপ শইকীয়াৰ ৷ চৰকাৰী খৰছত ধৰ্মীয় শিক্ষা নহয় বুলি মন্তব্য দিলীপ শইকীয়াৰ ৷

মাদ্ৰাছা বন্ধৰ প্ৰসংগ
বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

দৰং, 21 অক্টোবৰ : মাদ্ৰাছা বন্ধৰ প্ৰসংগ লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ বিস্ফোৰণ ৷ শইকীয়াই মন্তব্য কৰে যে,কোনো চৰকাৰী খৰছত ধৰ্মীয় শিক্ষা দিয়াৰ নিয়ম নাই ৷ চৰকাৰৰ এই সিদ্ধান্তক সমৰ্থন জনোৱা বুলি মন্তব্য কৰে দিলীপ শইকীয়াই ।

তেওঁ লগতে কয় যে,মাদ্ৰাছাৰ পৰা বহু সময়ত 'এন্টি নেশ্যনেল এন্টী চ'ছিয়েল প্ৰডাক্ট'হে জন্ম হয় । মাদ্ৰাছাত মৌলবী শিক্ষা দিয়া হয় আৰু সময়ত তাৰ পৰা অতি উগ্ৰ সাম্প্ৰদায়িক শক্তিৰ জন্ম হয় ৷ সংস্কৃত টোলত পঢ়ি কোনো এন্টি নেশ্যনেল এন্টি চ'ছিয়েল নহয় বুলিও মন্তব্য কৰে দিলীপ শইকীয়াই ৷

লগতে পঢ়ক : বিহালীৰ যুৱনেতা ৰঞ্জণজ্যোতি দাসৰ অকাল বিয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.