- মঙ্গলদৈ চহৰৰ পৰা ৬ কিলোমিটাৰ নিলগৰ ন-হাউলী গাঁও
- গাঁওখনত সংযোগৰ পথ হাবি জংঘলেৰে ভৰা এটি লুং- লুঙীয়া বাট
- এজাক বৰষুণতে বোকাময় হৈ পৰে ন-হাউলী গাঁৱৰ পথ
- পৰিৱৰ্তনৰ যুগতো নহ'ল পথৰ মেৰামতি
- অঞ্চলটোলৈ নাহে 108 সেৱাৰ গাড়ী, ঠেলাত নিব লগা হয় ৰোগী
- বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰেই এই ক্ষেত্ৰত গুৰুত্ব দিয়াৰ দাবী ভুক্তভোগী ৰাইজৰ
সংযোগ নহ'ল দৰঙৰ এখন গাঁও - মঙ্গলদৈ
পৰিৱৰ্তনৰ যুগতো দৰঙৰ এখন গাঁৱত নহ'ল পথৰ মেৰামতি ৷ এজাক বৰষুণতে বোকাময় হৈ পৰে ন-হাউলী গাঁৱৰ পথ
সংযোগ নহ'ল দৰঙৰ এখন গাঁও
- মঙ্গলদৈ চহৰৰ পৰা ৬ কিলোমিটাৰ নিলগৰ ন-হাউলী গাঁও
- গাঁওখনত সংযোগৰ পথ হাবি জংঘলেৰে ভৰা এটি লুং- লুঙীয়া বাট
- এজাক বৰষুণতে বোকাময় হৈ পৰে ন-হাউলী গাঁৱৰ পথ
- পৰিৱৰ্তনৰ যুগতো নহ'ল পথৰ মেৰামতি
- অঞ্চলটোলৈ নাহে 108 সেৱাৰ গাড়ী, ঠেলাত নিব লগা হয় ৰোগী
- বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰেই এই ক্ষেত্ৰত গুৰুত্ব দিয়াৰ দাবী ভুক্তভোগী ৰাইজৰ
Intro:# স্বাধীনতাৰ ৭১ বছৰ অতিক্ৰম হল যদিও পথ যোগাযোগেৰে সংযোগ নহল দৰঙৰ এখন গাঁও।
Body:
# এইখন কোনো জোকাই চুক নহয়, মঙ্গলদৈ চহৰৰ পৰা ৬ কিলোমিটাৰ নিলগৰ ন- হাউলী গাঁও।
# পথৰ অভাবতেই পৰি ৰৈছে গাওঁ খনৰ কেইবাগৰাকীও বিবাহ যোগ্য যুৱতী।
# গাঁওখনত আছে হাবি জংঘলেৰে ভৰা এটি লুং- লুঙীয়া পথ।
# এজাক বৰষুণতে বোকাময় হৈ পৰে পথটি।
# প্রায় দহ বছৰ পূৰ্বে ভাঙি নিয়া পথৰ আজিও নহল মেৰামতি ।
# দুৰ্বিসহ হয় যাতায়ত কৰা। শিক্ষানুস্থানলৈ যাব লগীয়া ছাত্র ছাত্ৰীয়ে ভোগিব লগীয়া হয় যমৰ যাতনা।
# নাহে 108 সেৱাৰ গাড়ী।
# ফলত থেলাত নিব লগা হয় ৰোগী,
# পথৰ বোকা ত পিছলি ইতিমধ্যে এগৰাকী মহিলাৰ মৃত্যু হৈছে ।
# মহিলা গৰাকীৰ মৃত্যুৰ পিজতে জাঙুৰ খাই উঠিছে ৰাইজ ।
# পঞ্চায়ত আৰু জানপ্ৰতিনিধিক আবেদন জনাই ৰাইজ ভাগৰি পৰিছে।
# কাৰো পৰা সহাৰি আজিলৈ পোৱা নাই।
# Conclusion:প্ৰশ্ন হৈছে , পৰিৱৰ্তন কমি চৰকাৰে এই গাওঁ খনলৈ পৰিৱৰ্তন আনিব পাৰিবনে।
Debabrat goswami