ETV Bharat / state

সম্প্ৰীতিৰ উচিত নিদৰ্শন দাঙি ধৰিলে দৰঙৰ খাৰুপেটীয়া আঞ্চলিক আমছুৱে

author img

By

Published : Jan 23, 2020, 6:37 PM IST

বুধবাৰে ভুৱনেশ্বৰ মাহাতু (60/70) নামৰ এগৰাকী পৰিয়ালবিহীন হিন্দু ধৰ্মাৱলম্বী লোকৰ শেষকৃত্য সম্পন্ন কৰি, সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে দৰঙৰ খাৰুপেটীয়া আঞ্চলিক আমছুৱে ৷

খাৰুপেটীয়া আঞ্চলিক আমছু
সম্প্ৰীতিৰ উচিত নিদৰ্শন

খাৰুপেটীয়া, 23 জানুৱাৰীঃ হিন্দু ধৰ্মাৱলম্বী পৰিয়ালবিহীন লোক এগৰাকীৰ শেষকৃত্য সম্পন্ন কৰিলে দৰং জিলা আমছুৱে ৷ বুধবাৰে বিহাৰৰ বাসিন্দা ভুৱনেশ্বৰ মাহাতু (60/70) নামৰ লোকজনৰ মৃত্যু হয় দৰং জিলাৰ খাৰুপেটীয়াৰ অন্তৰ্গত বিহুদিয়া গাঁৱত । পৰিয়ালবিহীন লোকগৰাকীৰ মৃতদেহ সৎকাৰৰ বাবে কোনো লোক আগবাঢ়ি নহাত অৱশেষত, খাৰুপেটীয়া নগৰ আঞ্চলিক আমছুৰ উদোগত দান বৰঙণি সংগ্ৰহ কৰি খাৰুপেটীয়া বিহাৰী সমাজ, খাৰুপেটীয়া পৌৰ সভাৰ প্ৰাক্তন সভাপতি অখিল সাহা , শিক্ষক পবন কুমাৰ ঝা, ব্যৱসায়ী বাপন দেৱনাথ, আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসকে ধৰি কৰি খাৰুপেটীয়া নগৰ আঞ্চলিক আমছুৰ বিষয়ববীয়া সকলৰ উপস্থিতিত, খাৰুপেটীয়া শ্মশান ঘাটত হিন্দু ধৰ্ম পৰম্পৰা অনুসৰি অন্তিম সৎকাৰ কৰা হয় ৷

সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে দৰঙৰ খাৰুপেটীয়া আঞ্চলিক আমছুৱে

লগতে পঢ়ক: ৰঙিয়াৰ মাৰলী থান বাৰ্ষিক মহোৎসৱৰ প্ৰস্তুতি তুংগত

Intro:Slug= Hindu_Dead_Body_Burn_ Aamsu_
Byte= Abdur Rahman Biswas
( G. Secretary Aamsu
( 2 ) Pawan Jha (Teacher )

## সম্প্ৰতিৰ নিদৰ্শন , আমছুৰ উদোগত হিন্দু লোকৰ মৃতদেহ সৎকাৰ খাৰুপেটীয়াত ।## হিন্দু ধৰ্মৰ ৰীতি নীতি মতে কৰা হয় সৎকাৰ ।

Body:

দলগাও /২৩ জানুৱাৰী ।

পৰিয়াল বিহীন হিন্দু বিহাৰী সম্প্ৰদায়ৰ এগৰাকী লোকৰ মৃতদেহ সৎকাৰ কৰি সম্প্ৰতিৰ নিদৰ্শন দাঙি ধৰিলে দৰং আমছুৱে । বিহাৰ বাসিন্দা ভুবনেশ্বৰ মাহাতু নামৰ ৬০ /৭০ বছৰীয়া লোকজনৰ বুধবাৰে মৃত্যু হয় দৰঙৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত বিহুদিয়া গাঁৱত । পৰিয়াল বিহীন লোকজনৰ মৃতদেহ সৎকাৰৰ বাবে কোনো লোক আগবাঢ়ি নহাত অবশেষত খাৰুপেটীয়া নগৰ আঞ্চলিক আমছুৰ উদোগত দান বৰঙণি সংগ্ৰহ কৰি খাৰুপেটীয়া বিহাৰী সমাজ , খাৰুপেটীয়া পৌৰ সভাৰ প্ৰাক্তন সভাপতি অখিল সাহা , শিক্ষক প্ৰবন কুমাৰ ঝা ,ব্যবসায়ী বাপন দেৱনাথ , আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসকে আদি কৰি খাৰুপেটীয়া নগৰ আঞ্চলিক আমছুৰ বিষয় ববীয়া সকল উপস্থিতিত খাৰুপেটীয়া শ্মশান ঘাটত হিন্দু ধৰ্মৰ পৰম্পৰা মতে অন্তিম সৎকাৰ কৰা হয় পৰিয়াল বিহীন মৃত লোকজনৰ ।

Conclusion:

আমছুৰ এনে পদক্ষেপক শলাগ লয় অঞ্চলটোৰ ৰাইজে ।

আব্দুল হাকিম
দলগাও ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.