ETV Bharat / state

কবৰ খান্দি উলিয়াই অনা হ’ল দুমাহ পূৰ্বেই মৃত্যু হোৱা এজন ব্যক্তিৰ মৃতদেহ - Deadbody_Brought_Graveyard

সম্পূৰ্ণ দুমাহৰ অন্তত কবৰৰ পৰা খান্দি উলিওৱা হ’ল এজন ব্যক্তিৰ মৃতদেহ ৷ বুধবাৰে দলগাঁৱৰ ২নং শিয়ালমাৰী গাঁৱত হাৰুন আলী নামৰ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

কবৰ খান্দি উলিয়াই অনা হ’ল দুমাহ পূৰ্ৱে মৃত্যু হোৱা এজন ব্যক্তিৰ মৃতদেহ

author img

By

Published : Sep 16, 2020, 7:55 PM IST

দৰং, ১৬ ছেপ্টেম্বৰ : মৃত্যুৰ দুমাহৰ পিছত কবৰৰ পৰা খান্দি উলিওৱা হ’ল এজন লোকৰ মৃতদেহ ৷ বিগত দুমাহৰ পাছত বুধবাৰে দলগাঁৱৰ ২নং শিয়ালমাৰী গাঁৱত হাৰুন আলী নামৰ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

কবৰ খান্দি উলিয়াই অনা হ’ল দুমাহ পূৰ্ৱে মৃত্যু হোৱা এজন ব্যক্তিৰ মৃতদেহ

উল্লেখযোগ্য যে, দুমাহ পূৰ্বেই মৃত্যু হৈছিল দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত ২ নং শিয়ালমাৰী গাঁৱৰ হাৰুণ আলী নামৰ এজন লোকৰ । কিন্তু দুমাহ পিছত এই এই ব্যক্তিজনৰ মৃত্যুই ললে নতুন মোৰ ৷ পুত্ৰ নজৰুল ইছলামে পিতৃক ভুমি কেন্দ্ৰীক বিবাদৰ বাবে হত্যাৰ অভিযোগত দাখিল কৰা হয় এজাহাৰ । এই এজাহাৰৰ ভিত্তিতেই দলগাঁও আৰক্ষীয়ে বুধবাৰে দণ্ডাধীশৰ উপস্থিতিত হাৰুন আলীৰ মৃতদেহ কবৰ খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে দলগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গাঁওখনৰ ছৰফত আলী নামৰ লোক এজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : বাঘজানবাসীৰ খবৰ কোনে ৰাখিছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.