ETV Bharat / state

কলা শাখাত চতুৰ্থ স্থান লাভ দৰঙৰ মানসী চহৰীয়াৰ

author img

By

Published : Jun 25, 2020, 11:26 AM IST

Updated : Jun 25, 2020, 12:18 PM IST

মানসী চহৰীয়া মঙলদৈ ব্ৰিলিয়েন্ট একাডেমীৰ পৰা ইংৰাজী,ঐচ্চিক ইংৰাজী,ৰাজনৈতিক বিজ্ঞান,ভূগোল বিজ্ঞান আৰু নৃত্তত্ব বিজ্ঞান লেটাৰ নং সহ ৪৭২ নম্বৰ লাভ কৰে ৷

কলা শাখাত চতুৰ্থ স্থান লাভ দৰঙৰ মানসী চহৰীয়াৰ
কলা শাখাত চতুৰ্থ স্থান লাভ দৰঙৰ মানসী চহৰীয়াৰ

দৰং, 25 জুনঃ দৰঙৰ পৰা মানসী চহৰীয়াই আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে । মানসী চহৰীয়া মঙলদৈ ব্ৰিলিয়েন্ট একাডেমীৰ পৰা ইংৰাজী,ঐচ্চিক ইংৰাজী,ৰাজনৈতিক বিজ্ঞান,ভূগোল বিজ্ঞান আৰু নৃত্তত্ব বিজ্ঞান লেটাৰ নং সহ ৪৭২ নম্বৰ লাভ কৰে ৷

মানসী চহৰীয়া মঙলদৈ ভেবাৰঘাটৰৰ ভগৱান চহৰীয়া আৰু মৃনালিনী ঠাকুৰীয়াৰ ছোৱালী ।

লগতে চাওকঃ কলা শাখাৰ দ্বিতীয় স্থানত উজ্বলিল কাশ্মিৰী দাস

Last Updated : Jun 25, 2020, 12:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.