দৰং, ১৩ এপ্ৰিল : অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা দিন । হেঁপাহৰ ৰঙালী বিহুৰ বাবে সাজু এতিয়া সমগ্ৰ অসমবাসী । আঁহতৰ তলত ঢুলীয়া-নাচনিৰ সমান্তৰালকৈ বোৱাৰীসকলেও জুৰিছে বিহু । অন্য প্ৰান্তৰ দৰে দৰং জিলাতো দেখা গৈছে বিহুক আদৰাৰ বাবে পূৰ্ণ-প্ৰস্তুতি । দৰং জিলাৰ ছিপাঝাৰৰ জলজলী ঝাৰগাওঁ অঞ্চলৰ বহুকেইখন গাঁৱৰ মহিলাই আখৰা সম্পূৰ্ণ কৰি আঁহতৰ তলত পৰিৱেশন কৰে জেং বিহু ।
আঁহতৰ তলত দৰঙৰ মহিলাৰ জেং বিহু - দৰং জিলা
দৰং জিলাৰ মহিলাসকলে আঁহতৰ তলত এতিয়া ব্যস্ত বিহুৰ আখৰাত ৷
আঁহতৰ তলত দৰংৰ মহিলাৰ জেং বিহু
দৰং, ১৩ এপ্ৰিল : অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা দিন । হেঁপাহৰ ৰঙালী বিহুৰ বাবে সাজু এতিয়া সমগ্ৰ অসমবাসী । আঁহতৰ তলত ঢুলীয়া-নাচনিৰ সমান্তৰালকৈ বোৱাৰীসকলেও জুৰিছে বিহু । অন্য প্ৰান্তৰ দৰে দৰং জিলাতো দেখা গৈছে বিহুক আদৰাৰ বাবে পূৰ্ণ-প্ৰস্তুতি । দৰং জিলাৰ ছিপাঝাৰৰ জলজলী ঝাৰগাওঁ অঞ্চলৰ বহুকেইখন গাঁৱৰ মহিলাই আখৰা সম্পূৰ্ণ কৰি আঁহতৰ তলত পৰিৱেশন কৰে জেং বিহু ।
A_DARRANG_13APL_801_BIHU_VIS_BYTE_D GOSWAMI 【FTP】
V/O : অসমীয়াৰ হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো এদিন বাকী সকলো অসমীয়াই ককালত টঙালী বান্ধি সাজু হৈছে প্ৰাণৰো প্ৰান ৰঙালী বিহুটিক হেপাহেৰে আদৰিবলৈ| গাঁৱে ভূঁয়ে প্ৰাণ পাই উঠিছে বিহু হুঁছৰিৰ দল| দৰঙৰ মহিলাসকলো পিছপৰি থকা নাই বিহুটিক আদৰিবলৈ| ছিপাঝাৰৰ জলজলী ঝাৰগাওঁ অঞ্চলৰ প্ৰায় চাৰিখন গাঁৱৰ মহিলাসকলে আখৰা সম্পূৰ্ণ কৰি পৰিবেশন কৰিছে জেং বিহু ৷Debabrat goswami Darrang