দলগাঁও, 5 আগষ্টঃ দেওবাৰে নিশা দলগাঁৱত সংঘটিত হয় চুৰি কাণ্ড ৷ দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত কোনাকাটাপাৰা গাঁৱৰ বাহাৰুল ইছলামৰ ঘৰত দেওবাৰে নিশা চোৰে দুটাকৈ সিন্ধি খান্দি সংঘটিত কৰে চুৰি কাণ্ড। মাজনিশা চোৰে ঘৰত প্ৰৱেশ কৰি লুটি নিয়ে সোণৰ আ-অলংকাৰ,নগদ ধন আৰু নথি পত্ৰ। সোমবাৰে পুৱা স্থানীয় ৰাইজে কাষৰ জংঘলৰ পৰা পৰিত্যক্ত অৱস্থাত উদ্বাৰ কৰে নথি পত্ৰ সমূহ । ঘটনা সম্পৰ্কে দলগাঁও থানাত এজাহাৰ দাখিল কৰে বাহাৰুল ইছলামে ।
দলগাঁৱত সংঘটিত চুৰি কাণ্ডঃ সিন্ধি খান্দি লুটিলে ধন-সোণ - dalgaon
মাজনিশা চোৰে ঘৰত প্ৰৱেশ কৰি লুটি নিয়ে সোণৰ আ-অলংকাৰ,নগদ ধন আৰু নথি পত্ৰ। সোমবাৰে পুৱা স্থানীয় ৰাইজে কাষৰ জংঘলৰ পৰা পৰিত্যক্ত অৱস্থাত উদ্বাৰ কৰে নথি পত্ৰ সমূহ ।
দলগাঁও
দলগাঁও, 5 আগষ্টঃ দেওবাৰে নিশা দলগাঁৱত সংঘটিত হয় চুৰি কাণ্ড ৷ দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত কোনাকাটাপাৰা গাঁৱৰ বাহাৰুল ইছলামৰ ঘৰত দেওবাৰে নিশা চোৰে দুটাকৈ সিন্ধি খান্দি সংঘটিত কৰে চুৰি কাণ্ড। মাজনিশা চোৰে ঘৰত প্ৰৱেশ কৰি লুটি নিয়ে সোণৰ আ-অলংকাৰ,নগদ ধন আৰু নথি পত্ৰ। সোমবাৰে পুৱা স্থানীয় ৰাইজে কাষৰ জংঘলৰ পৰা পৰিত্যক্ত অৱস্থাত উদ্বাৰ কৰে নথি পত্ৰ সমূহ । ঘটনা সম্পৰ্কে দলগাঁও থানাত এজাহাৰ দাখিল কৰে বাহাৰুল ইছলামে ।
Intro: Slug.=.Dalgaon_ Thief_
Byte= Relative
## দলগাঁৱত .চুৰি কান্ড
## সিন্ধি খান্দি লুটিলে ধন-সোণ ।
Body:
দলগাও / ৫ আগষ্ট ।
নিশা এক চুৰি কান্ড সংঘটিত দলগাঁৱত । দৰঙৰ দলগাও থানাৰ অন্তৰ্গত কোনাকাটা পাৰা গাঁৱৰ বাহাৰুল ইছলামৰ ঘৰত চোৰে দুটাকৈ সিন্ধি খান্দি সংঘটিত কৰে এই চুৰি কান্ড । মাজনিশা চোৰে সিন্ধি খান্দি ঘৰত প্ৰৱেশ কৰি লুটি নিয়ে সোনৰ আ -অলংকাৰ, নগদ ধন আৰু নথি পত্ৰ । পুৱা স্থানীয় ৰাইজে ওচৰৰ জংঘলৰ পৰা পৰিতক্ত অবস্থাত উদ্বাৰ কৰে নথি পত্ৰ সমূহ ।
Conclusion: ঘটনা সম্পৰ্কে দলগাও থানাত এজাহাৰ দাখিল কৰে বাহাৰুল ইছলামে ।
আব্দুল হাকিম
দলগাও