ETV Bharat / state

দৰঙত চিকিৎসাৰ অভাৱত কিশোৰীৰ মৃত্যু !! উত্তপ্ত চিকিৎসালয়ৰ চৌহদ

author img

By

Published : Oct 5, 2019, 7:52 PM IST

দৰঙৰ দলগাঁৱৰ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসাৰ অভাৱত কিশোৰীৰ মৃত্যু । চিকিৎসালয়ত চিকিৎসক নথকাত চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ । ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ।

দলগাঁৱৰ ৰাজ্যিক চিকিৎসালয়

দলগাঁও, ৫ অক্টোবৰঃ দৰঙৰ দলগাঁৱৰ ৰাজ্যিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি । ৮ বছৰীয়া কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । মৃত্যু হোৱা কিশোৰীগৰাকী জ্বৰত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে আহিছিল দলগাঁও ৰাজ্যিক চিকিৎসালয়লৈ । কিন্তু চিকিৎসালয়ত চিকিৎসক নথকাত চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ । চিকিৎসালয়ত মৃত্যু হোৱা ৮ বছৰীয়া কিশোৰী গৰাকী ১ নং বটাবাৰী গাঁৱৰ ৰেনুকা বেগম । পাচত ন্যায় বিছাৰি বিভিন্ন দল-সংগঠন আৰু ৰাইজে চৰকাৰ বিৰোধি বিভিন্ন শ্ল'গান দি উত্তপ্ত কৰে চিকিৎসালয় চৌহদ ।

দৰঙত কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি

Intro: SLUG= DALGAON_STATE_DISPENSARY_
## দৰঙৰ দলগাঁৱৰ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসাৰ অভাৱত কিশোৰীৰ মৃত্যু ।
## উত্তপ্ত পৰিস্থিতি ।

Body:

দলগাও /৫ অক্টোবৰ

## দৰঙৰ দলগাঁৱৰ ৰাজ্যিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ।
## ৮ বছৰীয়া কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।
#জ্বৰত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে আহিছিল দলগাও ৰাজ্যিক চিকিৎসালয়ত ।
## চিকিৎসক নথকাত চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ ।
## চিকিৎসালয়ত মৃত্যু হোৱা ৮ বছৰীয়া কিশোৰী গৰাকী ১ নং বটাবাৰী গাঁৱৰ ৰেনুকা বেগম ।

Conclusion:
## ন্যায় বিছাৰি বিভিন্ন দল সংগঠন ও ৰাইজে চৰকাৰ বিৰোধী বিভিন্ন শ্লগান দি উত্তপ্ত কৰে চিকিৎসালয় চৌহদ ।

আব্দুল হাকিম
দলগাও ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.