ETV Bharat / state

স্বচ্ছ ভাৰত অভিযানক লজ্জানত কৰা এখন বজাৰ - swacch bharat

স্বচ্ছ ভাৰতৰ নগ্ন স্বৰূপ ৷ বজাৰ নহয় যেন ডাষ্টবিনহে ৷ এজাক বৰষুণতে একাঠু পানী ৷ নীৰব প্ৰশাসন আৰু পঞ্চায়ত প্ৰতিনিধি

স্বচ্ছ ভাৰত অভিযানক লজ্জানত কৰিব পৰা এখন বজাৰৰ ছবি
author img

By

Published : May 2, 2019, 10:40 AM IST

দলগাওঁ, 2 মে’: যি সময়ত সমগ্ৰ ভাৰতবৰ্ষত স্বচ্ছতাৰ নামত লাখ লাখ টকা খৰছ কৰা হৈছে তেনে সময়তে সদা ব্যস্ত দলগাওঁ দৈনিক বজাৰৰ কদৰ্যময় ৰূপে স্বচ্ছ ভাৰতৰ নগ্ন স্বৰূপটো উদঙাই দিছে । দলগাওঁ ৰাজহ চক্ৰৰ কাষতে থকা বজাৰ খনৰ কদৰ্যময় পৰিবেশে চিন্তিত কৰি তুলিছে সচেতন মহলক । এজাক বৰষুণতে একাঠু পানী জমা হৈ দুৰ্গন্ধময় পৰিবেশৰ সৃষ্টি হয় দৰঙৰ দলগাঁও গাওঁ পঞ্চায়তৰ অন্তৰ্গত সদাব্যস্ত দলগাঁও দৈনিক বজাৰ খনত । পাচলি, ফলমূল, মাছ, মাংস, কাপোৰ, গেলামালকে আদি কৰি বিভিন্ন ধৰণৰ দোকানৰ কাষতে জাবৰ জোথৰৰ দম আৰু জমা হোৱা একাঠু বোকা পানীয়ে অতিষ্ঠ কৰি তুলিছে ব্যবসায়ী তথা গ্ৰাহকক ।

স্বচ্ছ ভাৰত অভিযানক লজ্জানত কৰিব পৰা এখন বজাৰৰ ছবি

আৰু পঢ়ক: কেনেদৰে হৈছিল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহৰ চুৰি ?

বজাৰ পৰিচালনা সমিতিয়ে নিয়মিত ভাবে খাজানা আদায় লয় যদিও স্বচ্ছতাৰ প্ৰতি নাই কোনো ধৰণৰ গুৰুত্ব । জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সদাব্যস্ত দৈনিক বজাৰৰ স্বচ্ছতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী ব্যবসায়ী আৰু গ্ৰাহকে ।

as_drg_market_vis_byte_as10006【FtP】

##স্বচ্ছ ভাৰতৰ  নগ্ন স্বৰূপ ।
##  বজাৰ নহয় যেন ডাষ্টবিনহে ।
## এজাক বৰষুণতে একাঠু পানী ।
## নিৰব  প্ৰশাসন ও  পঞ্চায়ত প্ৰতিনিধি।

Anchor = 
              যি সময়ত সমগ্ৰ ভাৰতবৰ্ষত স্বচ্ছতাৰ  নামত লাখ লাখ টকা খৰছ কৰা হৈছে তেনে সময়তে সদা ব্যস্ত দলগাও দৈনিক বজাৰৰ কদৰ্যময় ৰূপে স্বচ্ছ ভাৰতৰ নগ্ন স্বৰূপটো উদঙাই দিছে ।  দলগাও ৰাজহ চক্ৰৰ কাষতে থকা  বজাৰ খনৰ  কদৰ্যময় পৰিবেশে চিন্তিত কৰি তুলিছে  সচেতন মহলক  । এজাক বৰষুণতে একাঠু পানী জমা হৈ দুৰ্গন্ধময় পৰিবেশৰ সৃষ্টি হয়  দৰঙৰ দলগাঁও গাও পঞ্চায়তৰ অৰ্ন্তগত সদাব্যস্ত দলগাঁও দৈনিক বজাৰ খনত । পাচলি,  ফলমূল,মাছ , মাংস , কাপোৰ , গেলামালকে আদি কৰি বিভিন্ন ধৰণৰ দোকানৰ কাষতে জাবৰ জোথৰৰ দম আৰু জমা হোৱা একাঠু বোকা পানীয়ে অতিষ্ঠ কৰি তুলিছে ব্যবসায়ী তথা গ্ৰাহকক । বজাৰ পৰিচালনা সমিতিয়ে নিয়মিত ভাবে খাজানা আদায় লয় যদিও স্বচ্ছতাৰ প্ৰতি নাই কোনো ধৰণৰ  গুৰুত্ব । জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা  সদাব্যস্ত দৈনিক বজাৰৰ স্বচ্ছতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী ব্যবসায়ী ও গ্ৰাহকে ।
                      ====
Debabrat goswami. Darrang
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.