ETV Bharat / state

মঙলদৈ অসামৰিক চিকিৎসালয়ত COVID-19 ত আক্ৰান্ত দ্বিতীয়জন ৰোগী - মঙলদৈ অসামৰিক চিকিৎসালয়

দৰঙত আজি COVID-19 আক্ৰান্ত আন এজন ৰোগী পোৱা গ'ল ৷ জানিব পৰা মতে, COVID-19 ত আক্ৰান্ত ৰোগীজনৰ নাম নিজামুদ্দিন আলি ৷ দৰংৰ লালপুলৰ নিজামুদ্দিন আলি মুম্বাই পৰা আহি 7 দিন সৰুসজাইৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল ৷

Corona Positive case in Mangaldai
মঙলদৈ অসামৰিক চিকিৎসালয়ত COVID-19 ত আক্ৰান্ত দ্বিতীয়জন ৰোগী
author img

By

Published : May 28, 2020, 7:47 PM IST

মঙলদৈ,28মে':ৰাজ্যত মহামাৰী কৰ'ণাৰ সন্ত্ৰাস ৷দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰংত আজি COVID-19 আক্ৰান্ত আন এজন ৰোগী পোৱা গ'ল ৷ জানিব পৰা মতে, COVID-19 ত আক্ৰান্ত যুৱকজনৰ নাম নিজামুদ্দিন আলি ৷ দৰংৰ লালপুলৰ নিজামুদ্দিন আলি মুম্বাই পৰা আহি 7 দিন সৰুসজাইৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল ৷ তাৰপিছতে নিজামুদ্দিন আহিছিল দৰঙৰ নিজ গৃহলৈ আৰু ঘৰতে হোম কোৱাৰেণ্টাইন হৈ আছিল ৷ আনহাতে COVID-19ত আক্ৰান্ত নিজামুদ্দিন আলিক বৰ্তমানে ভৰ্তি কৰোৱা হৈছে মঙলদৈ অসামৰিক চিকিৎসালয়ত ৷

মঙলদৈ অসামৰিক চিকিৎসালয়ত COVID-19 ত আক্ৰান্ত দ্বিতীয়জন ৰোগী

লগতে পঢ়কঃকিমান সুৰক্ষিত গেৰুকামুখৰ প্ৰস্তাৱিত নদীবান্ধ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.