ETV Bharat / state

মঙলদৈত মুখ্যমন্ত্ৰীৰ প্ৰচাৰসভা

কংগ্ৰেছৰ অপশাসনৰ বিপৰীতে মোডীয়ে 5 বছৰতেই দেশৰ নক্সা সলাবলৈ সমৰ্থ হোৱা বুলি জনসভাত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মঙলদৈত মুখ্যমন্ত্ৰীৰ প্ৰচাৰসভা
author img

By

Published : Apr 13, 2019, 7:34 PM IST

দৰং, 13 এপ্ৰিল : মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ শনিবাৰে প্ৰচাৰত নামিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সুধাকণ্ঠ ড. ভূপেন হাজৰিকাৰ বিহুগীতেৰে প্ৰচাৰসভাত ভাষণৰ আৰম্ভণি কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

শনিবাৰে দৰঙৰ দিপীলাত আয়োজন কৰা হয় মুখ্যমন্ত্ৰীৰ জনসভা ৷ জনসভাত জনতাক উদ্দেশ্যি বিজেপিৰ বিভিন্মুন শিতানৰ কামৰ খতিয়ান ডাঙি ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মঙলদৈ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট প্ৰদান কৰিবলৈ জনতাক উদ্দেশ্যি আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই প্ৰচাৰসভাতেই কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী সোণোৱাল৷ স্বাধীনতাৰ 70 টা বছৰৰ পাচতো দেশ তথা ৰাজ্যৰ উন্নয়নৰ বাবে কোনো এটা কামেই কংগ্ৰেছে নকৰিলে বুলি কংগ্ৰেছক ককৰ্থনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

মঙলদৈত মুখ্যমন্ত্ৰীৰ প্ৰচাৰসভা

কংগ্ৰেছৰ অপশাসনৰ বিপৰীতে মোডীয়ে 5 বছৰতেই দেশৰ নক্সা সলাবলৈ সমৰ্থ হোৱা বুলি জনসভাত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ আন্দোলন নকৰাকৈ জনসধাৰণক একো নিদিয়া কংগ্ৰেছে 60 বছৰত মাত্ৰ 6 খন মেডিকেল কলেজ স্থাপন কৰাৰ বিপৰীতে বিজেপিয়ে 2 বছৰ 11 মাহত 4 খন মেডিকেল কলেজ জনসাধাৰণক উপহাৰ দিয়া বুলিও প্ৰকাশ কৰে সোণোৱালে ৷ এই জনসভাতেই বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই নিৰ্বাচনত জয়লাভৰ উদ্দেশ্যে মঞ্চৰ মাজতেই জনতাৰ আশীষ বিচাৰি আঁঠু লৈ সেৱা জনাই ৷

A_DARRANG_13APL_801_CM【FTP 801_803】

Slug---- দিপীলাত  দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷

Anchor ----সুধাকণ্ঠ ড°ভুপেন হাজৰীকাৰ বিহুগীতেৰে ভাষন আৰম্ভ মুখ্যমন্ত্ৰী সোনোৱালৰ ৷

স্বাধীনতাৰ ৭০ বছৰ পিছতো কংগ্ৰেছে অসমীয়া জাতিক একো সন্মান নিদিলে ৷সন্মান দিলে মোদীয়ে ৷

কংগ্ৰেছ মানেই দুৰ্নীতি , কংগ্ৰেছ মানেই অপশাসন , কংগ্ৰেছ মানেই ভষ্টাচাৰ , কংগ্ৰেছ মানেই অত্যাচাৰ ৷

মুখ্যমন্ত্ৰীৰ ভাষনৰ মাজতে আঠু লৈ ৰাইজৰ আৰ্শীবাদ বিছাৰিলে দিলীপ শইকীয়াই ৷

V/O ---- আজি  মংগলদৈ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে দিপীলাত উপস্থিত হল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷  প্ৰখৰ ৰদত সৰ্বানন্দ সোনোৱালৰ ভাষন শুনিবৰ বাবে পুৱাৰে পৰা অপেক্ষা কৰি থকা ৰাইজক দুখ প্ৰকাশ কৰি সুধাকণ্ঠ ভুপেন হাজৰীকাৰ বিহুগীতেৰে ভাষন আৰম্ভ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ বছৰ শাসন কালত যি কাম কৰিলে কংগ্ৰেছ দলে স্বাধীনতাৰ ৭০ বছৰ পিছতো  অসমীয়া জাতিক একোকে সন্মান নিদিলে ৷ কংগ্ৰেছ মানেই দূৰ্নীতি , কংগ্ৰেছ মানেই অপশাসন , কংগ্ৰেছ মানেই ভষ্টাচাৰ , কংগ্ৰেছ মানেই অত্যাচাৰ বুলিও কংগ্ৰেছ দলক তীৰ্যক সমালোছনা কৰে মুখ্যমন্ত্ৰীয়ে ৷ কংগ্ৰেছে ৬০ বছৰত ৬খন মেডিকেল স্থাপন কৰিলে তাৰ বিপৰীতে বিজেপিয়ে ২ বছৰ ১১ মাহত   ৮খন মেডিকেল আৰম্ভ কৰিলে ৷ কংগ্ৰেছে গৰিবি হাটাও শ্লোগান দিলে কিন্তু গৰিবি হাটাও নহল ৷ সেয়ে দৰিদ্ৰতা নিৰ্মুল কৰাৰ দিস্তান্তমুলক সীদ্ধান্ত লৱ বিজেপিয়ে ITI কলেজৰ জড়িয়তে ৷আন্দোলন নকৰাকৈ কংগ্ৰেছে জনসাধাৰনক একো দিয়া নাছিল ৷ বিজেপিয়ে আন্দোলন নকৰাকৈয়ে দিছে ৰাইজক ৷ মুখ্যমন্ত্ৰীৰ ভাষনৰ মাজতে মংগলদৈ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই মঞ্চৰ পৰা উপস্থিত ৰাইজৰ ওচৰত আঠুলৈ আৰ্শীবাদ বিছাৰিলে ৷

Debabrat goswami..Darrang
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.