ETV Bharat / state

বুঢ়া কাণ্ডৰ তিনি নিৰ্যাতিতা মহিলাৰ সাক্ষ্য গ্ৰহণ চক্ৰ বিষয়াৰ - চক্ৰ বিষয়াই প্ৰকাশ কৰিছিল এখন জাননী

পাথৰিঘাট ৰাজহ চক্ৰৰ কাৰ্যালয়ত নিৰ্যাতিতা মহিলাৰ সাক্ষ্যগ্ৰহণ ৷ আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাই চলোৱা নিৰ্যাতনৰ বিষয়ে বিৱৰণ ৷

সাংবাদিকৰে মুখামুখিৰ সময়ত মহিলাকেইগৰাকী
author img

By

Published : Sep 24, 2019, 12:03 AM IST

Updated : Sep 24, 2019, 9:29 AM IST

ছিপাঝাৰ, 23 ছেপ্টেম্বৰ: ৰাজ্য কঁপোৱা বুঢ়া কাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে দৰঙ জিলা প্ৰশাসনে। সোমবাৰে ছিপাঝাৰৰ পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মহিলা তিনি গৰাকীক উপস্থিত হোৱাৰ নিৰ্দেশ কৰিছিল চক্ৰ বিষয়া সংগীতা বৰঠাকুৰে।

বুঢ়া কাণ্ডৰ ৰাজহুৱা সাক্ষী প্ৰদান কৰাৰ বাবে চক্ৰ বিষয়াই প্ৰকাশ কৰিছিল এখন জাননী । সেই জাননী মৰ্মে তিনি মহিলাৰ লগতে উপস্থিত হৈছিল বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত বহু সংখ্যক লোক । প্ৰায় ডেৰ ঘন্টা সময় তিনি মহিলাৰ সাক্ষ্যগ্ৰহণ কৰাৰ লগতে আন দহ গৰাকীলোকৰ পৃথক পৃথকে সাক্ষ্যগ্ৰহণ কৰে পাথৰিঘাট ৰাজহ চক্ৰ বিষয়া সংগীতা বৰঠাকুৰে।

ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা মুখামুখিৰ সময়ত তিনি মহিলাই আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাই চলোৱা নিৰ্যাতনৰ বিষয়ে বিৱৰণ দিয়াৰ লগতে সামাজিক মাধ্যমত বিয়পি পৰা ফটোসমূহৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰে। ৰাজহ চক্ৰ বিষয়া সংগীতা বৰঠাকুৰে এই ঘটনাৰ উচিত তদন্তৰ বাবে উমৈহতীয়া লোকৰ সহায়ৰ কামনা কৰে ৷

পাথৰিঘাট ৰাজহ চক্ৰৰ কাৰ্যালয়ত নিৰ্যাতিতা মহিলাৰ সাক্ষ্যগ্ৰহণ

Intro:ৰাজ্য কপোৱা বুঢ়া কাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে দৰঙ জিলা প্ৰশাসনে। Body:
সোমাবাৰে ছিপাঝাৰৰ পাথৰিঘাট ৰাজহ চক্ৰৰ কাৰ্যালয়ত মহিলা তিনি গৰাকীক উপস্থিত হোৱাৰ নিৰ্দেশ কৰিছিল চক্ৰ বিষয়া সংগীতা বৰঠাকুৰে। বুঢ়া কাণ্ডৰ ৰাজহুৱা সাক্ষী প্ৰদান কৰাৰ বাবে চক্ৰ বিষয়াই প্ৰকাশ কৰিছিল এখন জাননী। সেই জাননী মৰ্মে তিনি মহিলাৰ লগতে উপস্থিত হৈছিল বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত বহু সংখ্যক লোক।প্ৰায় ডেৰ ঘন্টা সময় তিনি মহিলাৰ সাক্ষ্য গ্ৰহণ কৰাৰ লগতে আন দহ গৰাকী লোকৰ পৃথক পৃথকে সাক্ষ্য গ্ৰহণ কৰে ৰাজহ চক্ৰ বিষয়া সংগীতা বৰঠাকুৰে। ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা মুখা মুখীৰ সময়ত তিনি মহিলাই আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাই চলোৱা নিৰ্যাতনৰ বিষয়ে বিবৰণী দিয়াৰ লগতে ছচিয়েল মাধ্যমত বিয়পি পৰা ফটো সমূহৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰে। উল্লেখ্য যে ৰাজহ চক্ৰ বিষয়া সংগীতা বৰঠাকুৰে এই ঘটনাৰ উচিত তদন্তৰ বাবে উমৈহতীয়া লোকৰ সহায়ৰ কামনা কৰে
বাইট তিনি মহিলাConclusion:Debabrat goswami..darrang
Last Updated : Sep 24, 2019, 9:29 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.