ETV Bharat / state

বিজেপিৰ স্থিতি সৱল নহয় বাবেই পিছুৱাই থকা হৈছে নেকি বি টি ছি নিৰ্বাচন !

author img

By

Published : Sep 27, 2020, 10:45 PM IST

বিটিচিৰ উন্নয়নৰ স্বাৰ্থত সোনকালে নিৰ্বাচন পাতিবলৈ আহ্বান জনাইছে সংগঠনটোৱে। বিজেপি চৰকাৰে বিটিচিত এখনো আসন নাপাই বাবে নিৰ্বাচন পিছুৱাই আছে বুলিও বিষ্ফোৰক অভিযোগ কৰে সংগঠনটোৱে ।

btc election regarding pressmeet minority  parished
বিটিচি নিৰ্বাচন কেন্দ্ৰকৰি বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সংবাদমেল

দৰং,27 ছেপ্তেম্বৰঃ ক'ৰণা মহামাৰিৰ বাবে বিটিচি নিৰ্বাচন পিছুৱাই দিয়াত এতিয়া নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ সকলো দল-সংগঠন, ৰাইজৰ মাজত উৎকণ্ঠাই বিৰাজ কৰিছে । কোনো ৰাজনৈতিক দলে ক’ব নোৱাৰে কেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব। যিহেতু ৰাজ্যপাল শাসন চলি আছে।

সেয়েহে দেওবাৰে বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদে বিটিচিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সংবাদমেল যোগে আহ্বান জনায় নিৰ্বাচন আয়োগক। বিটিচিৰ উন্নয়নৰ স্বাৰ্থত সোনকালে নিৰ্বাচন পাতিবলৈ আহ্বান জনাইছে সংগঠনটোৱে। বিজেপি চৰকাৰে বিটিচিত এখনো আসন নাপাই বাবে নিৰ্বাচন পিছুৱাই আছে বুলিও বিষ্ফোৰক অভিযোগ কৰে সংগঠনটোৱে । অহা অক্টোবৰ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সভাপতি ছমচেৰ আলীয়ে সংবাদমেল যোগে আহ্বান জনোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়কঃ তেজপুৰত জাৱৰ নিষ্কাষণৰ ডাষ্টবিন স্থাপন পৌৰসভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.