দৰং, 29 আগষ্টঃ বহিঃৰাজ্যত মৃত্যু দৰঙৰ যুৱকৰ৷ টাইলচ উদ্যোগত কাম কৰি থকা অৱস্থাত মৃত্যু হয় সহিদুল ইছলাম নামৰ যুৱকজনৰ ৷ মৃত্যুৰ দুদিন পাচত নিজা গৃহলৈ অনা হয় মৃতদেহ ৷ দৰঙৰ শিয়ালমাৰী গাঁৱৰ সহিদুল ইছলামে কৰ্ণাটকৰ এটা টাইলচৰ উদ্যোগত কাম কৰি থকা অৱস্থাত হঠাৎ বৃহৎ টাইলচৰ টুকুৰা গাত পৰি ঘটনাস্থলীতে মৃত্যু হয় ৷ টাইলচ উদ্যোগটোৰ গাফিলতিৰ বাবেই যুৱকজনে কৰ্মৰত অৱস্থাতে এনেদৰে অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় বুলি অভিযোগ কৰে পৰিয়াল তথা স্থানীয় লোকে ৷
বহিঃৰাজ্যত মৃত্যু দৰঙৰ যুৱকৰ - টাইলচ উদ্যোগ
দৰঙৰ শিয়ালমাৰী গাঁৱৰ সহিদুল ইছলামে কৰ্নাটকৰ এটা টাইলচৰ উদ্যোগত কাম কৰি থকা অৱস্থাত হঠাৎ বৃহৎ এটুকুৰা টাইলচ গাত পৰি ঘটনাস্থলীতে মৃত্যু হয়

কৰ্নাটকত মৃত্যু দৰঙৰ যুৱকৰ
দৰং, 29 আগষ্টঃ বহিঃৰাজ্যত মৃত্যু দৰঙৰ যুৱকৰ৷ টাইলচ উদ্যোগত কাম কৰি থকা অৱস্থাত মৃত্যু হয় সহিদুল ইছলাম নামৰ যুৱকজনৰ ৷ মৃত্যুৰ দুদিন পাচত নিজা গৃহলৈ অনা হয় মৃতদেহ ৷ দৰঙৰ শিয়ালমাৰী গাঁৱৰ সহিদুল ইছলামে কৰ্ণাটকৰ এটা টাইলচৰ উদ্যোগত কাম কৰি থকা অৱস্থাত হঠাৎ বৃহৎ টাইলচৰ টুকুৰা গাত পৰি ঘটনাস্থলীতে মৃত্যু হয় ৷ টাইলচ উদ্যোগটোৰ গাফিলতিৰ বাবেই যুৱকজনে কৰ্মৰত অৱস্থাতে এনেদৰে অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় বুলি অভিযোগ কৰে পৰিয়াল তথা স্থানীয় লোকে ৷
কৰ্নাটকত মৃত্যু দৰঙৰ যুৱকৰ
কৰ্নাটকত মৃত্যু দৰঙৰ যুৱকৰ
Intro:Slug.. Assam labour died in Karnataka
## কৰ্নাটকত টাইলচ উদ্যোগত কাম কৰি থকা অৱস্থাত দৰঙৰ যুৱকৰ মৃত্যু ৷
##দুদিন পিছত অনা হয় নিজা গৃহ দলগাঁৱত ।
Body:
দলগাও /২৯ আগষ্ট ।
বহি:ৰাজ্যত কাম কৰিবলৈ যোৱা দৰঙৰ দলগাঁৱৰ যুৱক এজনৰ কৰ্নাটকত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ মৃত্যু হোৱা যুৱকজন দলগাঁৱৰ শিয়ালমাৰী গাঁৱৰ সহিদুল ইছলাম ৷ কৰ্নাটকৰ এটা টাইলচ উদ্যোগত কাম কৰি থাকোতে হঠাৎ বৃহৎ টাইলচৰ টুকুৰা গাত পৰি ঘটনাস্থলীতে মৃত্যু হয় সহিদুলৰ ৷ টাইলচ উদ্যোগটোৰ গাফিলতিৰ ফলত কৰ্মৰত অৱস্থাত এনেদৰে মৃত্যুবৰন কৰিবলগীয়া হল অসমৰ এই যুৱকজনৰ ৷ মৃ্ত্যুৰ দুদিন পিছত যুৱকজনক নিজা গাও দলগাঁৱৰ শিয়ালমাৰীলৈ অনাৰ পিছত এক শোকাৱহ পৰিবেশৰ সৃষ্টি হয় গাঁওখনত ৷ কৰ্মসংস্থাপনৰ বাবে বহি:ৰাজ্যলৈ যোৱা যুৱকজনৰ মৃতদেহ কালি গাঁওখনত অনাত পিছত এক শোকাকুল পৰিস্থিতিৰ মাজত জানাজা সম্পন্ন হয় ৷ Conclusion: উল্লেখ্য যে কৰ্মৰ সন্ধানত দলগাঁও অঞ্চলৰ বহু যুৱক বহি: ৰাজ্যত কৰ্মৰত হৈ আছে ৷
আব্দুল হাকিম
দলগাঁও