দৰং, 29 মাৰ্চঃ মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী কাৰ্যালয় উন্মোচনৰ বাবে বৃহস্পতিবাৰে নিশা ছিপাঝাৰত উপস্থিত হ'ল মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা ৷
ছিপাঝাৰত ভুৱনেশ্বৰ কলিতাই উন্মোচন কৰিলে নিৰ্বাচনী কাৰ্যালয় - মঙলদৈ
কংগ্ৰেছ ক্ষমতাত আহিলে দৰিদ্ৰ পৰিয়ালক বছৰি 72000 টকা দিয়াৰ আচনি দিঠকত পৰিণত কৰিব ৰাহুল গান্ধীয়েঃ মঙলদৈত উপস্থিত হৈ মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ এই মন্তব্য
ছিপাঝাৰত ভুৱনেশ্বৰ কলিতাৰ দ্বাৰা নিৰ্বাচনী কাৰ্যালয় উন্মোচন
দৰং, 29 মাৰ্চঃ মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী কাৰ্যালয় উন্মোচনৰ বাবে বৃহস্পতিবাৰে নিশা ছিপাঝাৰত উপস্থিত হ'ল মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা ৷
A_DARRANG_29MAR_801_CNG【ftp】
ছিপাঝাৰত নিৰ্বাচনী কাৰ্যালয় উন্মোচন ভুৱনেশ্বৰ কলিতাৰ ৷
কংগ্ৰেছ ক্ষমতাত আহিলে দৰিদ্ৰ পৰিয়ালে বছৰেকত 72000/= টকা দিয়াৰ আচনি দিঠকত পৰিনত কৰিব ৰাহুল গান্ধীয়ে....
Anchor --- প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবে বিজয়ী হব কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৷
অসমৰ ১২ টা লোকসভা সমষ্টিত AIUDF দলে প্ৰাৰ্থী নিদিয়াৰ বাবে বেছিকৈ লাভবান হব কংগ্ৰেছ দল ৷
কংগ্ৰেছ দল ক্ষমতাত আহিলে কংগ্ৰেছ গৰীবী হাতাও সপোন দিঠকত পৰিনত হব ৷
V/O ----- বৃহস্পতিবাৰে নিশা ছিপাঝাৰত মংগলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী কাৰ্যালয় উন্মোচন কৰিলে মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই ৷ সেইউপলক্ষে অনুষ্ঠিত হোৱা এখনি সভাত প্ৰাৰ্থী গৰাকীয়ে মংগলদৈ লোকসভা সমষ্টি ১৫ বছৰ বিজেপিয়ে ৰাজত্ব কৰাৰ পিছতো ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটিয়ে ভালকৈ নিৰ্মাণ কৰিব নোৱাৰিলে বুলি প্ৰশ্ন অৱতৰন কৰে ৷ এইবাৰ মোদীৰ ঢৌৰ বিপৰীতে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কাৰনে জয়ী হব কংগ্ৰেছ দল ৷ কংগ্ৰেছ দল ক্ষমতাত আহিলে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোক সকলক বছৰেকত ৭২ হাজাৰ টকা প্ৰদান কৰা হব বুলি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে যি ঘোষণা কৰিছে ইয়াৰ ফলত কংগ্ৰেছৰ যি সপোন আছিল " গৰীৱী হাতাও " সেই সপোন দিঠকত পৰিনত হব ৷ আনহাতে অসমত ১২ টা লোকসভা সমষ্টিত AIUDF দলে প্ৰাৰ্থী নিদিয়াৰ বাবে বেছিকৈ লাভবান কংগ্ৰেছ দল হব বুলিও মন্তব্য আগবঢ়ায় ৷ উল্লেখ্য যে কংগ্ৰেছ আৰু AIUDF ৰ মাজত গোপন বুজাবুজি সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উওৰত ভুৱনেশ্বৰ কলিতাই এতিয়াও সকলো কেইটা সমষ্টিত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থীৰ নাম ঘোষনা নোহোৱাৰ বাবে মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷
Debabrat goswami Darrang