ETV Bharat / state

কৰ্তব্যৰত অৱস্থাতে ছিপাঝাৰত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ - ছিপাঝাৰ

ছিপাঝাৰৰ নিৰণছুবা গাঁৱৰ জেহেৰুল ইছলাম নামৰ ব্যৱসায়ীয়ে প্ৰহাৰ কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী ফাইজুদ্দিন আহমেদ আৰু তাইজুদ্দিন আহমেদক ৷ কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত ছিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে উপ সংমণ্ডল বিষয়াই

কৰ্তব্যৰত অৱস্থাতে ছিপাঝাৰত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ
author img

By

Published : Jun 27, 2019, 10:31 PM IST

Updated : Jun 29, 2019, 1:39 PM IST

  • কৰ্তব্যৰত অৱস্থাতে ছিপাঝাৰত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ
  • ছিপাঝাৰৰ নিৰণছুবা গাঁৱৰ জেহেৰুল ইছলাম নামৰ ব্যৱসায়ীয়ে প্ৰহাৰ কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক
  • বিদ্যুৎ বিভাগৰ কৰ্মচাৰী দুজন ক্ৰমে ফাইজুদ্দিন আহমেদ আৰু তাইজুদ্দিন আহমেদ
  • দীৰ্ঘদিন ধৰি অবৈধ বিদ্যুৎ সংযোগৰ দ্বাৰা বৰফৰ ফেক্টৰী চলাই আহিছিল ব্যৱসায়ীজনে
  • ফেক্টৰী পৰিদৰ্শন তথা ভিতৰত প্ৰৱেশ কৰিবলৈ লওঁতেই সৃষ্টি হয় এক উত্তপ্ত পৰিৱেশৰ
  • আৰক্ষীৰ সহায়ত ফেক্টৰীত ব্যৱহৃত সামগ্ৰী জব্দ কৰে ছিপাঝাৰ বিদ্যুৎ সংমণ্ডলৰ কৰ্মচাৰীয়ে
  • কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত ছিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে উপ সংমণ্ডল বিষয়াই

Intro:
✍কৰ্তব্যৰত অৱস্থাতে এইবাৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ ছিপাঝাৰত। ছিয়া গৰাকীয়ে।Body:ছিপাঝাৰৰ নিৰণছুবা গাঁৱৰ জেহেৰুল ইছলাম নামৰ এগৰাকী ব্যৱসায়ীয়ে প্ৰহাৰ কৰে ফাইজুদ্দীন আহমেদ আৰু তাইজুদ্দিন আহমেদ নামৰ দুগৰাকীকৈ কৰ্মচাৰীক।যাৰ ফলত কৰ্মচাৰী দুগৰাকী পিন্ধনৰ কাপোৰ এইদৰে ফালি চিৰি যায়।উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অবৈধ বিদ্যুৎ সংযোগৰ দ্বাৰা বৰফৰ ফেক্টৰী চলাই আহিছিল লোক গৰাকীয়ে।আৰু তেনে ফেক্টৰী পৰিদৰ্শন তথা ভিতৰত প্ৰৱেশ কৰিবলৈ লওঁতেই সৃষ্টি হয় এক উত্তপ্ত পৰিবেশৰ।পিছত ছিপাঝাৰ বিদ্যুৎ সংমণ্ডলৰ কৰ্মচাৰীয়ে আৰক্ষীৰ সহায়ত ফেক্টৰীত ব্যৱহৃত সামগ্ৰী জব্দ কৰে।আনহাতে এনে কৰ্তব্যৰত অৱস্থাত বিভাগীয় Conclusion:কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত স্থানীয় ছিপাঝাৰ আৰক্ষী স্থানত এজাহাৰ দাখিল কৰিছে উপ সংমণ্ডল বিষয়া
Last Updated : Jun 29, 2019, 1:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.