ETV Bharat / state

কেন্দ্ৰীয় চৰকাৰৰ বিদ্যুৎ নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে মঙলদৈত সাধাৰণ ধৰ্মঘট

বৃহস্পতিবাৰে অসম শক্তি বিতৰণ কোম্পানীক ব্যক্তিগতকৰণৰ বিৰুদ্ধে গৰজি উঠে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে ৷ মঙলদৈ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি সাব্য়স্ত কৰে প্ৰতিবাদ ৷

author img

By

Published : Nov 26, 2020, 7:37 PM IST

As_drg_APDCL_worker_protest_at_darrang_img_10006
কেন্দ্ৰীয় চৰকাৰৰ বিদ্যুৎ নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে মঙলদৈত সাধাৰণ ধৰ্মঘট

দৰং, 26 নৱেম্বৰ : কেন্দ্ৰীয় চৰকাৰৰ জাতীয় স্বাৰ্থ বিৰোধী বিদ্যুৎ নীতি প্ৰৱৰ্তনৰ বিৰুদ্ধে দেশ জুৰি সাধাৰণ ধৰ্মঘট ৷ বৃহস্পতিবাৰে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলদৈতো বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ অসম শক্তি বিতৰণ কোম্পানীক ব্যক্তিগতকৰণৰ বিৰুদ্ধে গৰজি উঠে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে ৷ মঙলদৈ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংমণ্ডলৰ কৰ্মচাৰীসকলে ৷

অসম শক্তি বিতৰণ কোম্পানীৰ কৰ্মচাৰীসকলৰ অভিযোগ বহিৰাগত বনিয়াৰ হাতত বিদ্যুৎ বিভাগ গটাই দিয়াৰ পাছত বিদ্যুৎ মাচুল বৃদ্ধিৰ লগতে স্থানীয় নিবনুৱাৰ সংখ্যা বৃদ্ধি পাব আৰু বহিৰাগত কৰ্মচাৰীয়ে অসমীয়াৰ ওপৰত শোষন চলাব ৷ এই ধৰ্মঘটৰ যোগেদি কেন্দ্ৰীয় চৰকাৰক কৰ্মচাৰীসকলে ব্যক্তিগতকৰনৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক :নলবাৰীত নাপিয়াৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.