ETV Bharat / state

হৰি নাম কীৰ্তনেৰে মুখৰিত মঙলদৈ অধমাপাৰাৰ আকাশ বতাহ - বাৰ্ষিক অধিবেশন

৪৫ সংখ্যক মহাপালনাম আৰু বাৰ্ষিক অধিবেশনৰ দেওবাৰে তৃতীয়টো দিন

ETV BHARAT
author img

By

Published : Feb 3, 2019, 7:55 PM IST

মঙলদৈ , ৩ ফেব্ৰুৱাৰী:খোল-তালৰ ধ্বনিত মুখৰিত অধমাপাৰা একশৰণ ভাগৱতী সমাজৰ বাৰ্ষিক অধিবেশনথলী । বাৰ্ষিক অধিবেশনৰ শোভাযাত্ৰাত সহস্ৰাধিক ভক্তৰ অংশগ্ৰহণ ।

EKSHARAN BHAGWATI SAMAJ
undefined

একশৰণ ভাগৱতী সমাজৰ ৪৫ সংখ্যক মহাপালনাম আৰু বাৰ্ষিক অধিবেশনৰ দেওবাৰে তৃতীয়টো দিন । প্ৰয়াত ৰামচন্দ্ৰ বসুমতাৰী আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত অধিবেশনথলীলৈ আগমন ঘটে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ । অধিবেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা শোভাযাত্ৰাত বিভিন্ন কৃষ্টিৰ অনন্যৰূপ প্ৰদৰ্শন কৰে ভক্তসকলে ।

sample description
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.