ETV Bharat / state

দৰঙত অবৈধ কাঠফলা কল জব্দ - Mangaldoi forest range office

দৰঙৰ পদোঘাটত অবৈধ কাঠফলা কল জব্দ । বন বিষয়াৰ অভিযানত মেচিনসহ জব্দ ফলা কাঠ ৷

দৰঙত অবৈধ কাঠফলা কল জব্দ
author img

By

Published : Sep 14, 2019, 8:42 PM IST

দলগাঁও, 14 ছেপ্তেম্বৰঃ দৰঙৰ মঙলদৈ খণ্ড বন বিষয়া কাৰ্যালয়ৰ এক বিশেষ অভিযানত জব্দ হয় অবৈধ কাঠফলা মেচিনসহ ফলা কাঠ । শনিবাৰে মঙলদৈ খণ্ড বনবিষয়া আৰু বনকৰ্মীৰ এটা দলে পানবানী থানাৰ সহযোগত দৰঙৰ 2 নং পদোঘাটত অভিযান চলাই কাঠসহ জব্দ কৰে এটা কাঠফলা মিল ৷ ইফালে অভিযানৰ সম্ভেদ পাই পলায়ন কৰে কলৰ গৰাকী। মেচিনসহ ফলা কাঠখিনি অভিযানকাৰী দলটোৱে জব্দ কৰি খাৰুপেটীয়া খণ্ড বন কাৰ্যালয়লৈ নিয়ে ৷ উল্লেখযোগ্য যে বিগত দুটা বছৰত বন বিভাগে বিভিন্ন ঠাইত অভিযান চলাই এই পৰ্যন্ত জব্দ কৰিছে ৪২ টাকৈ অবৈধ কাঠফলা কল।

Intro:Slug = Saw_Mill_ Seized
Byte= Forest Offer .

দৰঙৰ পদোঘাটত অবৈধ কাঠফলা মেচিন জব্দ ।
## বন বিষয়াৰ অভিযানত জব্দ মেচিন সহ ফলা কাঠ Body:

দলগাঁও /১৪ ছেপ্টেম্বৰ ।

৷ দৰঙৰ মঙ্গলদৈ খণ্ড বন বিষয়া কাৰ্যালয়ৰ এক অভিযানত জব্দ অবৈধ কাঠফলা মেচিন সহ ফলা কাঠ । শনিবাৰে মঙলদৈ খন্ড বন বিষয়া-কৰ্মীৰ এটা দলে পানবানী থানাৰ সহযোগত দৰঙৰ 2 নং পদোঘাটত অভিযান চলাই কাঠসহ জব্দ কৰে এটা কাঠফলা মিল ৷ দীৰ্ঘদিন ধৰি অবৈধ ভাৱে চলাই আছিল এই অবৈধ মিলটো ৷ অভিযানৰ সম্ভেদ পাই পলায়ন কৰে মিলৰ গৰাকী । মেচিন সহ ফলা কাঠ খিনি অভিযানকাৰী দলটোৱে জব্দ কৰি খাৰুপেটীয়া খন্ড বন কাৰ্যালয়লৈ নিয়ে । ৷
Conclusion:
উল্লেখযোগ্য যে বিগত দুটা বছৰত বন বিভাগে বিভিন্ন ঠাইত অভিযান চলাই জব্দ কৰে ৪২ টাকৈ অবৈধ কাঠ ফলা মিল ।

আব্দুল হাকিম
দলগাঁও ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.