ETV Bharat / state

দৰংৰ কৃষক সকলৰ অৱস্থাৰ বুজ ললে মন্ত্ৰী অতুল বৰাই - মুখ্যমন্ত্ৰী সমগ্ৰ কৃষি যোজনা

দৰং জিলাৰ কৃষক সকলৰ সমস্যাৰ বুজ লবলৈ ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই বুধবাৰে জিলাখন ভ্ৰমণ কৰে। কৃষক সকলৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে ৷

agriculture-minister-assam-atul-borah-visit-darang-district
দৰংৰ কৃষক সকলৰ অৱস্থাৰ বুজ ললে মন্ত্ৰী অতুল বৰাই
author img

By

Published : Apr 15, 2020, 7:02 PM IST

দলগাঁও ১৫ এপ্ৰিল :কৃষিজাত সামগ্ৰী বিশেষকৈ পাচলি উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দৰঙত কৃষিজাত সামগ্ৰী বিশেষকৈ পাচলি উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দৰঙত লক ডাউনৰ বাবে পাচলি উৎপাদক সকলে সন্মুখীন হোৱা সমস্যা ও অভাৱ অভিযোগৰ বুজ লোৱাৰ লক্ষ্যৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই বুধবাৰে জিলাখন ভ্ৰমণ কৰে । লক ডাউনৰ বাবে পাচলি উৎপাদক সকলে সন্মুখীন হোৱা সমস্যা আৰু অভাৱ অভিযোগ বুজ লোৱাৰ লক্ষ্যৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই বুধবাৰে জিলাখন ভ্ৰমণ কৰে ।

দৰংৰ কৃষক সকলৰ অৱস্থাৰ বুজ ললে মন্ত্ৰী অতুল বৰাই

জিলা খনৰ দলগাঁৱৰ গডাইঝাৰ গাঁৱৰ একাংশ পাচলি পথাৰ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ কৃষক সকলৰ উৎপাদিত সামগ্ৰী সমূহ বজাৰত বিক্ৰীৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাৰ বুজ লয়। ইফালে মন্ত্ৰী গৰাকীয়ে কয় যে উত্তৰ পূব ৰেলৱেৰ সৈতে মঙলবাৰে হোৱা আলোচনা মৰ্মে উৎপাদিত পাচলি সমূহৰ ৰাজ্যৰ ভিতৰত বা বাহিৰলৈ সৰবৰাহৰ বাবে কেবাখনো ৰেলৰ ব্যৱস্থা কৰাৰ কথা জনায়। মুখ্যমন্ত্ৰী সমগ্ৰ কৃষি যোজনা আৰু প্ৰধান মন্ত্ৰী কৃষি যোজনাৰ অধীনত কৃষক সকলক পৃথকে পৃথকে বেংকৰ জৰিয়তে আৰ্থিক সাহাৰ্য প্ৰদানৰ লগতে সম্ভাৱ্য লোকচানৰ জোৰা মাৰিব পৰাকৈ বিনামূলীয়া বীজ যোগানৰ ব্যৱস্থা গ্ৰহণৰ কথাও লগতে উল্লেখ কৰে।

লগতে পঢক :টীয়কৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ নেতৃত্বত চেনিটাইজেশ্যন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.