ETV Bharat / state

দৰঙত দুৰ্ঘটনাত পতিত হোৱা বাহনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা - চেন্ট্ৰ'খনৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ হয়

দৰঙৰ পুনিয়াত এখন চেন্ট্ৰ আৰু ডি আই বাহনৰ মুখামুখী সংঘৰ্ষ । দুর্ঘটনা সংঘটিত কৰা চেন্ট্ৰ'ৰ পৰা উদ্ধাৰ প্ৰায় এক কুইণ্টলৰ অধিক গাঞ্জা ।

Accident at Darrang 15 no highway police seized ganja from Santro
দৰঙৰ পুনিয়াত পথ দুৰ্ঘটনা
author img

By

Published : May 10, 2020, 9:53 PM IST

দৰং, 10 মে' : দেওবাৰে দৰঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পুনিয়াত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ খাৰুপেটীয়া দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS 03 E 2286 নম্বৰৰ চেন্ট্ৰ' বাহনে বিপৰীত দিশৰ পৰা অহা AS 25 CC 2799 নম্বৰৰ ডি আই বাহনখনক খুন্দা মাৰে । সংঘৰ্ষৰ ফলত বাহন দুখনৰ লগতে চালকৰ বিশেষ ক্ষয় ক্ষতি নহয় যদিও আৰক্ষীৰ তালাচীত চেন্ট্ৰ'খনৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ হয় ৷ লগে লগে মঙলদৈ আৰক্ষীয়ে গাঞ্জাসহ গাড়ী চালকক আটক কৰে ৷ আনহাতে গাড়ীখনৰ নম্বৰ প্লেটৰ তলত আন এখন নম্বৰ প্লেট পৰিলক্ষিত হোৱাত জব্দাকৃত বাহনখনৰ নম্বৰ সলাই লোৱাৰ সন্দেহ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.