ETV Bharat / state

চিৰাঙৰ বিজনীত আটক দুজন ড্ৰাগছ ব্যৱসায়ী

চিৰাঙৰ বিজনীত আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ সহ দুজন ড্ৰাগছ ব্যৱসায়ী । বিজনী মৌতাৰাত আৰক্ষীয়ে হাতে-লোটে আটক কৰে দুই ড্ৰাগছ ব্যৱসায়ীক ।

author img

By

Published : Jan 30, 2020, 11:26 PM IST

two people arrest with drugs at Chirang Bijni
চিৰাঙৰ বিজনীত আটক দুজন ড্ৰাগছ ব্যৱসায়ী

চিৰাং, 30 জানুৱাৰী : বৃহস্পতিবাৰে চিৰাঙৰ বিজনীত আৰক্ষীৰ অভিযানত আটক দুজন ড্ৰাগছ ব্যৱসায়ী । বিজনীৰ মৌতাৰাত আৰক্ষীয়ে ডাৰ্গছ সহ হাতে-লোটে আটক কৰে দুই ব্যৱসায়ীক । ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে বিজনী কাউয়াটিকাৰ ৰাকেশ ৰায় (২১) আৰু আৰছাদুল হক (২৮) । উল্লেখ্য যে বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাৰ নেতৃত্বত এক গোপন তথ্যৰ ভিত্তিত বুধবাৰৰ পৰা চলাইছিল অভিযান ৷ যুৱক দুজনৰ পৰা আৰক্ষীয়ে ১৭ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ , ২টা মোবাইল ফোন, নগদ ধন ৩৯৬০ টকা , এএচ১৫এফ ১১৫৫ নম্বৰৰ এখন পালছাৰ ১৮০ চিচি মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয় । জিলাখনৰ বিজনীৰ কাৱাটিকাৰ পৰা ইয়াৰ পুৰ্বেও আৰক্ষীয়ে বহু কেইজন ড্ৰাগছ ব্যৱসায়ীক ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হৈছিল । আৰক্ষীৰ এই ধাৰাবাহিক অভিযানৰ মাজতেই অব্যাহত আছে ড্ৰাগছৰ ব্যৱসায় । আৰক্ষীয়ে ধাৰাবাহিক ভাৱে অভিযান চলাই বহুকেইজন ড্ৰাগছৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও মূল ব্যৱসায়ী জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ ফলত এতিয়াও অব্যাহত আছে এই ব্যৱসায় ।

চিৰাঙৰ বিজনীত আটক দুজন ড্ৰাগছ ব্যৱসায়ী

আৰু পঢ়ক : চিৰাঙত বিশ্ব যক্ষ্মা দিৱস উদযাপন

Intro:চিৰাঙৰ বিজনীত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুজন।

Body:চিৰাঙৰ বিজনীত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ দুজন ড্ৰাগছ ব্যৱসায়ী আটক। বিজনী মৌতাৰাত আৰক্ষীয়ে হাতে-লোতে আটক কৰে এই দুই ড্ৰাগছ ব্যৱসায়ীক। ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে বিজনী কাউয়াটিকাৰ ৰাকেশ ৰায় (২১) আৰু আৰছাদুল হক (২৮)। যুবক দুজনৰ পৰা আৰক্ষীয়ে ১৭ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ,২টা মোবাইল ফোন, নগদ ধন ৩৯৬০ টকা , এএচ১৫এফ ১১৫৫ নম্বৰৰ এখন পালছাৰ ১৮০ চিচি মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হৈছে । উল্লেখ যে বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাৰ নেতৃত্বত এক গোপন তথ্যৰ ভিত্তিত যোৱা কালিৰে পৰা আৰক্ষীয়ে অভিযান চলোৱাৰ ফলত এই দুই ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। জিলাখনৰ বিজনীৰ কাৱাটিকাৰ পৰা ইয়াৰ পুৰ্বেও আৰক্ষীয়ে বহু কেইজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছিল ড্ৰাগছ সহ ।

Conclusion:চিৰাং জিলাত শেষতীয়াকৈ যুৱ প্ৰজন্মক ধ্বংশ কৰা এই বৰবিষ সদৃশ ড্ৰাগছ আসক্ত যুৱক-যুৱতিৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ইতিমধ্যে বহু কেইজন যুৱক এই ড্ৰাগছৰ কৱলত পৰি প্ৰাণ দিবলগীয়াও হৈছে । সেয়ে আৰক্ষীয়ে ধাৰাবাহিক ভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে । আৰক্ষীৰ এই ধাৰাবাহিক অভিযানৰ মাজতেই অব্যাহত আছে ড্ৰাগছৰ ব্যৱসায় । আৰক্ষীয়ে ধাৰাবাহিক ভাৱে অভিযান চলাই বহুকেজন ড্ৰাগছৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰিছে যদিও মুল ব্যৱসায়ী জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ ফলত এতিয়াও অব্যাহত আছে এই ব্যৱসায় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.