ETV Bharat / state

চিৰাঙত বিপিন চাঁওদাঙৰ গীতৰ তালে তালে কঁকাল ঘূৰাই নাচিলে নাচনীয়ে - বিপিন চাওদাঙ

চিৰাঙৰ বিজনীত ৰঙালী বিহু উদযাপন উপলক্ষ্যে জনপ্ৰিয় কন্ঠশিল্পীৰ অনুষ্ঠানৰ সমান্তৰালভাৱে প্ৰদৰ্শিত হয় লোকনৃত্যৰ অনুষ্ঠান ।

চিৰাঙত বিপিন চাওদাঙৰ গীতৰ তালে তালে কঁকাল ঘূৰাই নাচিলে নাচনীয়ে
author img

By

Published : Apr 26, 2019, 9:11 PM IST

চিৰাং,২৬ এপ্ৰিলঃ চিৰাঙৰ বিজনীত ৰঙালী বিহু উদযাপন কৰে বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিয়ে । বৃহস্পতিবাৰে নিশা সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে সামৰণী পৰে তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৫৩ সংখ্যক ৰঙালী বিহু উৎসৱ ।

চিৰাঙত বিপিন চাওদাঙৰ গীতৰ তালে তালে কঁকাল ঘূৰাই নাচিলে নাচনীয়ে

নিশাৰ ভাগলৈ জনপ্ৰিয় কন্ঠশিল্পী বিপিন চাঁওদাঙে অসমৰ চহা জীৱনৰ গীতৰ জৰিয়তে উপস্থিত দৰ্শকৰ মন জয় কৰে । কন্ঠশিল্পীগৰাকীৰ গীতৰ তালে তালে একাংশ নাচনীয়েও কঁকাল ঘূৰাই নচা পৰিলক্ষিত হয়।

পঢ়কঃবিহু মঞ্চ কঁপাবলৈ সাজু কণ্ঠশিল্পী কৃষ্ণমণি নাথ

Slug : A_Chirang_27th Apr_802 to 805_Chirang Bihu Bipin choudang_vis_Abdul Maleque Ahmed.

Send by ftp. 

চিৰাঙৰ বিজনীত উদযাপন ৰঙালী বিহু।  চিৰাং জিলাৰ বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিয়ে   তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৫৩ সংখ্যক ৰঙালী বিহু উৎসৱৰ কালি নিশা সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে সামৰণী পৰে ৷ মিশ্ৰিত জাতি- গোষ্ঠীৰ মিলন ভূমি  বিজনীৰ জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত আয়োজিত বিজনী ৰঙালী' বিহু উদযাপন সমন্বয় সমিতিয়ে এইবেলি লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৩০ চ'ত ১, ২ আৰু ১১ ব'হাগত উদযাপন কৰে ৰঙালী বিহু ৷ বিভিন্ন কাৰ্যসূচীৰ লগতে কালি নিশা বঁটা বিতৰণ আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ বিষয়- ববীয়া, সদস্যা সকলে সমবেত সংগীত পৰিৱেশন কৰাৰ লগতে  শিল্পী বৰষা বৰা, তেজপুৰৰ লোকবাদ্য, কৃষ্টিৰ  সংস্কৃতিক দল আৰু অসমৰ চহা জীৱনৰ গীতেৰে জনপ্ৰিয় হোৱা বিপিন চাউদাং সহ শিল্পীৰে অনুষ্ঠান পৰিৱেশন কৰে ৷

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ। 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.