ETV Bharat / state

মঙ্গলদৈত চৰকাৰী কাৰ্যালয়ত মন্ত্ৰী সঞ্জয় কিষাণৰ চাডেন ভিজিট

author img

By

Published : Dec 4, 2020, 7:58 PM IST

মঙ্গলদৈৰ কেইবাটাও চৰকাৰী কাৰ্যালয়ত শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে আকস্মিক অভিযান চলায় । শুকুৰবাৰে পুৱা ১১.৩০ বজাত মন্ত্ৰীগৰাকী প্ৰথমে উপস্থিত হয় মঙ্গলদৈ চহৰত থকা মঙ্গলদৈৰ কৰ্মচাৰী বীমা আৰু ঔষধালয়ৰ সহ শাখা কাৰ্য্যালয়ত ।

sanjay-kishan-suden-visit-to-mangaldoi
মঙ্গলদৈত চৰকাৰী কাৰ্যালয়ত মন্ত্ৰী সঞ্জয় কিষাণৰ চাডেন ভিজিট

মঙ্গলদৈ, 4 ডিচেম্বৰ : মঙ্গলদৈৰ কেইবাটাও চৰকাৰী কাৰ্যালয়ত শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে আকস্মিক অভিযান চলায় । শুকুৰবাৰে পুৱা ১১.৩০ বজাত মন্ত্ৰীগৰাকী প্ৰথমে উপস্থিত হয় মঙ্গলদৈ চহৰত থকা মঙ্গলদৈৰ কৰ্মচাৰী বীমা আৰু ঔষধালয়ৰ সহ শাখা কাৰ্য্যালয়ত । কাৰ্যালয়টোত উপস্থিত হৈ মন্ত্ৰী সঞ্জয় কিষাণে পৰিস্থিতিৰ বুজ ল‘ব বিচাৰে যদিও সেই সময়ত কাৰ্যালয়টোত উপস্থিত নাছিল কৰ্তব্যৰত এজনো চিকিৎসক ।

কাৰ্য্যালয়টোত উপস্থিত হৈ চৌদিশ পৰিদৰ্শন কৰি অসন্তুষ্ট হয় মন্ত্ৰীগৰাকী। মন্ত্ৰীগৰাকীয়ে ফোন যোগে ঔষধালয়খনৰ চিকিৎসক, নাৰ্ছ আদি সকলক ফোনযোগে সকিয়নী প্ৰদান কৰে ৷ ইয়াৰ পিছতে মন্ত্ৰীগৰাকী আকস্মিক পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় জিলা শ্ৰম বিষয়াৰ কায্যালয়ত।

লগতে পঢ়ক: দৈ,পিঠা,টকা নিদিলে কাম নকৰে ধুবুৰীৰ মণ্ডলে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.