চিৰাং, 6 ছেপ্তেম্বৰঃ চিৰাঙৰ ঢালিগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এজন ৷ ঢালিগাঁৱৰ কাৰডাংগাত মটৰ চাইকেলেৰে আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বাসুগাঁৱৰ সমীৰ সাহা নামৰ ব্যক্তিজন ৷ AS-26-7367 নম্বৰ মটৰ চাইকেলেৰে বাসুগাঁৱৰ পৰা বঙাইগাঁও যোৱাৰ পথত সংঘটিত হয় দুৰ্ঘটনা ৷
ঢালিগাঁৱত পথ দুৰ্ঘটনা, নিহত এজন - কাৰডাংগা
ঢালিগাঁৱৰ কাৰডাংগাত মটৰ চাইকেলেৰে আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বাসুগাঁৱৰ সমীৰ সাহা নামৰ ব্যক্তিজন
![ঢালিগাঁৱত পথ দুৰ্ঘটনা, নিহত এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4353529-thumbnail-3x2-rwwrwr.jpg?imwidth=3840)
ঢালিগাঁৱত পথ দুৰ্ঘটনা, নিহত এজন
চিৰাং, 6 ছেপ্তেম্বৰঃ চিৰাঙৰ ঢালিগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এজন ৷ ঢালিগাঁৱৰ কাৰডাংগাত মটৰ চাইকেলেৰে আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বাসুগাঁৱৰ সমীৰ সাহা নামৰ ব্যক্তিজন ৷ AS-26-7367 নম্বৰ মটৰ চাইকেলেৰে বাসুগাঁৱৰ পৰা বঙাইগাঁও যোৱাৰ পথত সংঘটিত হয় দুৰ্ঘটনা ৷
ঢালিগাঁৱত পথ দুৰ্ঘটনা, নিহত এজন
ঢালিগাঁৱত পথ দুৰ্ঘটনা, নিহত এজন
Intro:চিৰাঙৰ কামাৰডাঙ্গাত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন ।
Body:চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত কাৰডাঙ্গাত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় মটৰ চাইকেল আৰোহি এজন । নিহত জন জিলাখনৰ বাসুগাঁওৰ মেডিচিন ৰিপ্ৰেজেন্টিভ সমীৰ সাহা বুলি চিনাক্ত । এএচ ২৬ ৭৩৬৭ নম্বৰ মটৰ চাইকেলেৰে বাসুগাঁওৰ পৰা বঙাইগাঁও যোৱাৰ পথত সংঘটিত দুৰ্ঘটনাত নিহত লোকজন ।
Conclusion:এই দুৰ্ঘটনাত নিহত জনৰ প্ৰতি শোক প্ৰকাশ বাসুগাঁও বাসীৰ । সমগ্ৰ বাসুগাঁওত শোকৰ ছা ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।