ETV Bharat / state

অভয়াপুৰীত ৰাস পূজা সমিতিৰ সম্পাদকক আক্ৰমণ দুৰ্বৃত্তৰ

2 ডিচেম্বৰৰ নিশা অভয়াপুৰীত 6 জন অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰি হত্যাৰ চেষ্টাৰ চলায় ধৰ্মপুৰ ৰাস পূজা সমিতিৰ সম্পাদক পূৰ্ণ কলিতাক ৷ ঘটনা সন্দৰ্ভত অভয়াপুৰী আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ ৷

rash puja comittee secretary attack in abhayapuri
অভয়াপুৰীত ৰাস পূজা সমিতিৰ সম্পাদকক আক্ৰমণ দুৰ্বৃত্তৰ
author img

By

Published : Dec 4, 2020, 11:05 AM IST

চিৰাং,4 ডিচেম্বৰ : বঙাইগাঁও জিলাৰ অভয়াপুৰীত 2 ডিচেম্বৰত নিশাৰ ভাগত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ জানিব পৰা মতে, ধৰ্মপুৰ ৰাস পূজা সমিতিৰ সম্পাদক পূৰ্ণ কলিতাক 6 জন অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰি হত্যাৰ চেষ্টাৰ চলায় ৷

হাতত আগ্নেয়াস্ত্ৰ লৈ আহিছিল দুৰ্বৃত্তৰ দলটো । ঘটনা সন্দৰ্ভত ইতিমধ্যে অভয়াপুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পূৰ্ণ কলিতাই । উক্ত ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো তীব্ৰ চাঞ্চল্য অব্যাহত আছে সমগ্ৰ অভয়াপুৰীত ৷

লগতে পঢ়ক : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিপিএফ প্ৰতিদ্বন্দিতাত নাই : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.