ETV Bharat / state

হাগ্ৰামাই সকলোতে জাতি বিক্ৰী কৰিছে: প্ৰমোদ বড়ো

author img

By

Published : Mar 29, 2021, 10:34 AM IST

বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ বাসুগাঁৱত ৰোড শ্ব' ৷ অসমত সুস্থ চৰকাৰ গঠনত ৰাইজে সহায় কৰিব বুলি মন্তব্য প্ৰমোদ বড়োৰ ৷

বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৰ বাসুগাঁৱত ৰোড শ্ব'

চিৰাং,29 মাৰ্চ: 31 নং জনজাতি সংৰক্ষিত চিদলী বিধানসভা সমষ্টিৰ ইউপিপিএল আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ এক ৰোড শ্ব'ত অংশ লয় বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই ৷ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এখন সভাৰ পাছতে ৰোড শ্ব'ত অংশ লয় প্ৰমোদ বড়োৱে ৷

এই ৰেলীত মিত্ৰজোঁটৰ চিদলী সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে সহ কেইবাজনো নেতাৰ লগতে কেইবাহাজাৰ মিত্ৰদলৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

ইয়াৰ পূৰ্বে বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত অংশ লৈ বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে অসমত পৰৱৰ্তী চৰকাৰ মিত্ৰদলৰে হ'ব বুলি প্ৰকাশ কৰে ৷ তেওঁ সভাত ৰাইজক জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায় ৷

নেতাজনে চিদলী সমষ্টিত বিপিএফৰ নেতা, মন্ত্ৰী চন্দন ব্ৰহ্মই সঠিক উন্নয়নৰ কাম কৰিবলৈ ব্যৰ্থ হোৱা বুলি প্ৰকাশ কৰি বিগত দিনত বিপিএফে উন্নয়নৰ নামত লুণ্ঠন কৰি আহিছে বুলি অভিযোগ কৰাৰ উপৰি ৰাইজক তেওঁলোকে প্ৰতাৰণা কৰিছে বুলি উল্লেখ কৰে ৷

চিদলী সমষ্টিৰ ইউপিপি এলৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা জয়ন্ত বসুমতাৰীয়ে ৰাইজক 6 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷ সভাত বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে-য়ে বিটিআৰত ইউপিপিএলৰ দ্বাৰা পৰিষদ গঠনৰ পাছতে পাঁচশ কোটি টকাৰ পেকেজ লাভ কৰি ৰাইজৰ কাম কৰিবলৈ লৈছে বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : 5 বছৰত 10 লাখ নিৱনুৱাক কৰ্ম সংস্থাপনৰ প্ৰতিশ্ৰুতি মুখ্য়মন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.